প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী এন চন্দ্ৰবাবু নাইডু আৰু তেওঁৰ পৰিয়ালক হায়দৰাবাদত সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
10 MAY 2026 10:07PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী এন চন্দ্ৰবাবু নাইডু আৰু তেওঁৰ পৰিয়ালক হায়দৰাবাদস্থিত তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰী চন্দ্ৰবাবু নাইডু আৰু তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰাৰ লগতে বিভিন্ন বিষয়ত বিস্তৃতভাৱে মত বিনিময় কৰাটো সদায় আনন্দৰ বিষয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত লিখিছে;
'অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডুৰ হায়দৰাবাদৰ বাসগৃহলৈ গৈ তেওঁক সপৰিয়ালে লগ পাইছিলোঁ। তেওঁলোকক লগ পাই বৈচিত্ৰ্যপূৰ্ণ বিষয়ত বিস্তৃত মত বিনিময় কৰি সদায় সুখী হওঁ।
@ncbn”
***
MJPS/SS/ST/KD
(रिलीज़ आईडी: 2259686)
आगंतुक पटल : 48