ক'অপাৰেশ্বন মন্ত্ৰালয়
ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমৰ পুঁজি বিতৰণ সন্দৰ্ভত স্পষ্টীকৰণ
Posted On:
05 AUG 2025 3:13PM by PIB Guwahati
হাঁহ-কুকুৰা, কয়ৰ (নাৰিকলৰ বাকলি), আৰু ক্ষুদ্ৰ উদ্যোগ খণ্ডৰ প্ৰকল্পবোৰৰ বাবে ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমে কোনো ধৰণৰ পুঁজি প্ৰদান কৰা নাই। উল্লেখ্য যে এই পৰ্যন্ত বিগত পাঁচ বছৰত মহিলা সমবায় আৰু মৰাপাট খণ্ডৰ উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমে প্ৰদান কৰা পুঁজিৰ সবিশেষ তলত দিয়া ধৰণৰ:
(কোটিত)
খণ্ড
|
২০২০-২১
|
২০২১-২২
|
২০২২-২৩
|
২০২৩-২৪
|
২০২৪-২৫
|
মহিলা সমবায়
|
৮০০.৩৬
|
১৩১৯.৫২
|
১৪৩৭.০০
|
৭১১.৫৫
|
১৩৫৫.৬১
|
মৰাপাট
|
০.০০
|
০.০০
|
৮.৭৬
|
০.০৫
|
০.০০
|
২০১৯ চনৰ পৰা ২০২৪ চনলৈকে এনচিডিচিয়ে প্ৰদান কৰা ধনৰ সবিশেষ পৰিশিষ্ট-১ হিচাপে সংলগ্ন কৰা হৈছে।
এন চি ডি চিৰ দ্বাৰা যিকোনো খণ্ডলৈ আৰ্থিক সাহায্য পুঁজি আবণ্টনৰ দ্বাৰা সীমাবদ্ধ নহয়, কাৰণ খণ্ডটোৰ পৰা প্ৰস্তাৱ লাভ কৰা অনুসৰিহে প্ৰকল্পসমূহক সহায় কৰা হয়। যিহেতু ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমে বিগত পাঁচ বছৰৰ ভিতৰত হাঁহ-কুকুৰা, কয়ৰ আৰু ক্ষুদ্ৰ উদ্যোগৰ পৰা আৰ্থিক সাহায্যৰ বাবে প্ৰকল্প লাভ কৰা নাছিল, সেয়েহে এই খণ্ডসমূহৰ অধীনত ব্যয় কৰিব পৰা নগ’ল।
পৰিশিষ্ট ১ (কোটিত)
এনচিডিচিয়ে কৰা ব্যয়ৰ খণ্ডভিত্তিক বিৱৰণ
|
|
ক্ৰমিক নং.
|
কাৰ্যাৱলী
|
২০১৯-২০
|
২০২০-২১
|
২০২১-২২
|
২০২২-২৩
|
২০২৩-২৪
|
২০২৪-২৫
|
২০২৫-২৬
as on ৩০.০৬.২০২৫
|
|
১
|
বিপণন
|
১৫,২৩৫.৪২
|
১৯,৫৭৬.৩৮
|
২৬,৭০৫.৬০
|
২৭,৯৮৪.৭৪
|
৫২,৯১৬.৮৮
|
৭৭,৯৪২.৭২
|
২৫,৯৮৪.৮৩
|
|
|
ইনপুট
|
৪৬২.২৪
|
২৯.৪১
|
৭৪.০৫
|
৪৬.৯৬
|
২.৭৫
|
৩.০০
|
১.২০
|
|
২
|
সংসাধন
|
|
|
|
|
|
|
|
|
২(A)
|
চেনীকল
|
১,৮২১.১৪
|
১,৫৪২.৪৪
|
১,৩১৬.৭১
|
৬৯৪.২৫
|
২,১৭৬.৩১
|
৭,৯৭৫.৫৪
|
১৮৩.৬৯
|
|
২(B)
|
ৰেচম
|
১২৯.৩২
|
৯৬.৪০
|
২৪.৯৪
|
১০৪.২৫
|
৪৪.৩৬
|
১২১.৩১
|
০.৮৯
|
|
২(C)
|
অন্যান্য সংসাধন গোটবোৰ
|
|
|
|
|
|
|
|
|
|
i
|
খাদ্যশস্য
|
১.০৬
|
১.০৭
|
|
০.৮৫
|
১.৪৪
|
১.৮৮
|
০.০৬
|
|
ii
|
বাগিচাৰ শস্য
|
৭.৫৬
|
২.২১
|
২.১৪
|
-
|
১.৩১
|
০.৩৮
|
-
|
|
iii
|
ফল আৰু শাক-পাচলি
|
১.০৩
|
০.১৪
|
০.০৫
|
-
|
০.১২
|
০.৯৮
|
-
|
|
iv
|
তৈলবীজ
|
৩.২৫
|
১.৬৫
|
|
০.৬৮
|
০.১৭
|
০.৯২
|
০.০৪
|
|
v
|
ক্ষুদ্ৰ উদ্যোগবোৰ
|
-
|
-
|
-
|
-
|
-
|
-
|
-
|
|
|
মুঠ ২(গ)
|
১২.৯০
|
৫.০৭
|
২.১৯
|
১.৫৩
|
৩.০৪
|
৪.১৬
|
০.১০
|
|
|
সৰ্বমুঠ (২)
|
১,৯৬৩.৩৬
|
১,৬৪৩.৯১
|
১,৩৪৩.৮৪
|
৮০০.০৩
|
২,২২৩.৭১
|
৮,১০১.০১
|
১৮৪.৬৮
|
৩
|
ভৰাল/মজুতকৰণ
|
১৭.২৫
|
৭.২৯
|
৭.৭২
|
৪.৮৪
|
৮.০৮
|
৩৫.৮২
|
০.৩১
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
এনচিডিচিয়ে কৰা ব্যয়ৰ খণ্ডভিত্তিক বিৱৰণ
|
ক্ৰমিক নং
|
কাৰ্যাৱলী
|
২০১৯-২০
|
২০২০-২১
|
২০২১-২২
|
২০২২-২৩
|
২০২৩-২৪
|
২০২৪-২৫
|
২০২৫-২৬
as on ৩০.০৬.২০২৫
|
৪
|
শীতল শৃংখল
|
৭.৩৬
|
|
|
-
|
১১.০৬
|
২৩.৮৯
|
-
|
৫
|
দুৰ্বল শ্ৰেণীৰ বাবে
|
|
|
|
|
|
|
|
|
i
|
মীন সমবায়
|
১৬৩.৬৩
|
১১৯.১৮
|
১৬৮.৭৬
|
২৯৮.৯৩
|
৪১.৭২
|
২৬.০২
|
-
|
|
ii
|
দুগ্ধ/পশুধন
|
৪১৫.৩৩
|
১৬৮.৫০
|
৫৬৯.১৬
|
২৬৪.৭০
|
৩০১.৪৫
|
৪৫.৯৭
|
১২.৬৬
|
|
iii
|
হাঁহ-কুকুৰা
|
৪.৬১
|
|
|
-
|
-
|
-
|
-
|
|
iv
|
জনজাতীয়, এছ/চি সমবায়
|
৩.১৫
|
|
|
-
|
১.৬৯
|
০.৫৬
|
-
|
|
v
|
হস্ততাঁত সমবায়
|
২.৩৯
|
০.৯০
|
১০২.৪৬
|
২৮.৫৭
|
০.২৩
|
১.৫২
|
-
|
|
vi
|
পাৱাৰলুম
|
|
|
|
-
|
-
|
-
|
-
|
|
vii
|
কয়ৰ
|
৮০.০০
|
|
৩০.০০
|
-
|
-
|
-
|
-
|
|
viii
|
মৰাপাট/বীজ খেতি
|
-
|
-
|
-
|
৮.৭৬
|
০.০৫
|
১.০৬
|
-
|
|
|
Total (৫)
|
৬৬৯.১১
|
২৮৮.৫৮
|
৮৭০.৩৮
|
৬০০.৯৬
|
৩৪৫.১৪
|
৭৫.১৩
|
১২.৬৬
|
৬
|
সমবায়ৰ কম্পিউটাৰকৰণ
|
৩৬.৫২
|
৩০.৮৭
|
২৫.০৬
|
৪৫.০২
|
০.৪২
|
৪.৬০
|
-
|
৭
|
উপভোক্তা সমবায়
|
৩.৩৯
|
০.৮৯
|
২.৬৯
|
১.৪০
|
৪.১৩
|
-
|
-
|
৮
|
ICDP
|
১৭৫.১৪
|
১৫২.৬১
|
২৮৩.০৬
|
১৭৭.৮৭
|
২৩.২৬
|
১.৬২
|
-
|
৯
|
C,IC আৰু SC
|
|
|
|
|
|
|
|
|
i
|
ঔদ্যোগিক সমবায়
|
|
|
|
-
|
-
|
-
|
-
|
|
ii
|
ঋণ আৰু সেৱা
|
৯,১২৯.২৮
|
২,৯৯৬.২৩
|
৪,৮৯৪.২০
|
১১,৩২২.৩০
|
৫,০০০.৭৭
|
৮,৮৭৪.৮৩
|
২২১.৯৯
|
|
মুঠ (৯)
|
৯,১২৯.২৮
|
২,৯৯৬.২৩
|
৪,৮৯৪.২০
|
১১,৩২২.৩০
|
৫,০০০.৭৭
|
৮,৮৭৪.৮৩
|
২২১.৯৯
|
১০
|
যুৱ সহকাৰ
|
|
০.২৭
|
|
০.১০
|
০.৮৪
|
০.১৩
|
০.০৮
|
১১
|
পিএণ্ডডি
|
৪.৩৮
|
৪.৪৮
|
৬.৪৪
|
৬.১৫
|
৬.৭৫
|
-
|
-
|
১২
|
এফপিঅ’
|
|
২.৩২
|
৮.০৪
|
৩৮.২৫
|
৪৮.৩৩
|
৭১.৯৭
|
১৫.১৬
|
১৩
|
পিএণ্ডচি
|
|
|
|
-
|
-
|
-
|
-
|
১৪
|
এফএফপিঅ’
|
|
|
|
২.৭৮
|
২৬.৩৫
|
৪৮.১২
|
৪.৮৪
|
১৫
|
কৃষি ৰপ্তানি আৰু ৰপ্তানিৰ প্ৰসাৰ-প্ৰচাৰ
|
|
|
|
|
|
-
|
-
|
|
সৰ্বমুঠ (১ৰ পৰা ১৪ লৈ)
|
২৭,৭০৩.৪৫
|
২৪,৭৩৩.২৪
|
৩৪,২২১.০৮
|
৪১,০৩১.৪০
|
৬০,৬১৮.৪৭
|
৯৫,১৮২.৮৪
|
২৬,৪২৫.৭৫
|
এই তথ্য সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত প্ৰদান কৰে।
*****
RK/VV/RR/PR/PS/HS
(Release ID: 2152863)