গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

স্বতন্ত্ৰতা সৈনিক সন্মান যোজনা

Posted On: 22 JUL 2025 3:50PM by PIB Guwahati

আজিলৈকে স্বতন্ত্ৰতা সৈনিক সন্মান যোজনাৰ (SSSY) অধীনত কেন্দ্ৰীয় পেঞ্চন লাভ কৰা ১৭১৬৮৯ গৰাকী স্বাধীনতা সংগ্ৰামীৰ ৰাজ্য-ভিত্তিক তথ্য পৰিশিষ্ট-I ত সংলগ্ন কৰা হৈছে।

বৰ্তমান জীৱিত ১৩২১২ গৰাকী পেঞ্চনাৰে এছএছএছৱাই সন্মান পেঞ্চন লাভ কৰি আছে। ইয়াৰ ৰাজ্য-ভিত্তিক তথ্য পৰিশিষ্ট-II ত দিয়া হৈছে;

৯৭৭৮ গৰাকী বিধৱা (পত্নী) এতিয়া জীৱিত অৱস্থাত আছে আৰু এছএছএছৱাই সন্মান পেঞ্চন লাভ কৰি আছে। ইয়াৰ ৰাজ্য-ভিত্তিক তথ্য পৰিশিষ্ট-III ত দিয়া হৈছে।

এই আঁচনিৰ অধীনত পৰিয়াল পেঞ্চন আৰু উত্তৰাধিকাৰৰ বাবে যোগ্যতাৰ মাপকাঠি পৰিশিষ্ট –IV ত দিয়া হৈছে।

যোৱা পাঁচ বছৰত আঁচনিখনৰ বাবে আবন্টিত আৰু প্ৰদান কৰা মুঠ ধনৰ পৰিমাণ তলত উল্লেখ কৰা হ’লঃ

ক্ৰমিক নং

বৰ্ষ

বাজেট আবন্টন

(কোটিত)

পুঁজি বিতৰণ

(কোটিত)

২০২০-২১

৭৬০ টকা

৬৬০.১৪

২০২১-২২

৭১৭ টকা

৭১৭

২০২২-২৩

৬৫০ টকা

৫৯৯.২৯

২০২৩-২৪

৫৮৯ টকা

৫৩৯.৬৭

২০২৪-২৫

৬০০ টকা

৫৯৯.২৯

 

কিন্তু স্বতন্ত্ৰ সৈনিক সন্মান যোজনাৰ অধীনত ৰাজ্য-ভিত্তিক পুঁজি বিতৰণ এই মন্ত্ৰালয়ে চোৱা-চিতা নকৰে।

ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ স্বতন্ত্ৰ সংস্থা ইণ্ডিয়ান কাউন্সিল অৱ হিষ্ট’ৰিকেল ৰিচাৰ্চ (ICHR), নতুন দিল্লীয়ে “শ্বহীদৰ অভিধানঃ ভাৰতীয় স্বাধীনতা সংগ্ৰাম (১৮৫৭-১৯৪৭)” শীৰ্ষক প্ৰকল্পৰ অধীনত স্বাধীনতা সংগ্ৰামী/ স্বাধীনতা সংগ্ৰামৰ শ্বহীদসকলৰ তালিকাখন যুগুত কৰে।

******

 

আজিলৈকে স্বতন্ত্ৰতা সৈনিক সন্মান যোজনাৰ অধীনত কেন্দ্ৰীয় পেঞ্চন লাভ কৰা স্বাধীনতা সংগ্ৰামীসকলৰ মুঠ সংখ্যাঃ

ক্ৰমিক নং

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম

মুক্তি যুঁজাৰু/পেঞ্চন অনুমোদিত তেওঁলোকৰ যোগ্য উত্তৰাধিকাৰৰ সংখ্যা

অন্ধ্ৰ প্ৰদেশ

১৫২৮৬

তেলেংগানা

অসম

৪৪৪২

বিহাৰ আৰু

 

২৪৯০৫

ঝাৰখণ্ড

গোৱা

১৫০৮

গুজৰাট

৩৫৯৯

হাৰিয়ানা

১৬৯২

হিমাচল প্ৰদেশ

৬৩৩

১০

জম্মু আৰু কাশ্মীৰ

১৮০৭

১১

কৰ্ণাটক

১০১০৫

১২

কেৰালা

৩৪২৯

 

১৩

মধ্য প্ৰদেশ আৰু

৩৪৮৮

১৪

ছত্তীশগড়

১৫

মহাৰাষ্ট্ৰ

১৭৯৭৪

১৬

মণিপুৰ

৬৩

১৭

মেঘালয়

৮৬

১৮

মিজোৰাম

১৯

নাগালেণ্ড

২০

ওড়িশা

৪১৯৭

২১

পঞ্জাৱ

৭০৪২

২২

ৰাজস্থান

৮১৪

২৩

তামিলনাডু

৪১৪৭

 

২৪

ত্ৰিপুৰা

৮৮৮

২৫

উত্তৰ প্ৰদেশ আৰু

১৮০০৪

২৬

উত্তৰাখণ্ড

২৭

পশ্চিম বংগ

২২৫২৩

২৮

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

২৯

চণ্ডীগড়

৯১

৩০

দাদৰা আৰু নগৰ হাভেলী

৮৩

৩১

দমন আৰু দিউ

৩৩

৩২

দিল্লী এনচিটি

২০৪৮

৩৩

পুডুচেৰী

৩২০

৩৪

ভাৰতীয় ৰাষ্ট্ৰীয় সেনা (INA)

২২৪৭২

 

মুঠ

১৭১৬৮৯

*****

বৰ্তমান জীৱিত পেঞ্চনাৰৰ মুঠ সংখ্যা তেওঁলোকৰ ৰাজ্য-ভিত্তিক বিতৰণঃ

 

ক্ৰমিক নং

ৰাজ্য

কেন্দ্ৰীয় মুক্তি যুঁজাৰু পেঞ্চনাৰৰ সংখ্যা (মুক্তি যুঁজাৰু/পত্নী/কন্যা)

আন্দামান আৰু নিকোবৰ

অন্ধ্ৰ প্ৰদেশ

২৩২

অসম

৩০২

বিহাৰ

৯৮৮

চণ্ডীগড়

ছত্তীশগড়

২৪

দমন আৰু দিউ

১০

দিল্লী

১০৯

গোৱা

৪০৬

১০

গুজৰাট

১২৩

১১

হাৰিয়ানা

২৩২

১২

হিমাচল প্ৰদেশ

২৪৩

১৩

জম্মু আৰু কাশ্মীৰ

৩৫৫

১৪

ঝাৰখণ্ড

৮৪

১৫

কৰ্ণাটক

৭৫৮

১৬

কেৰালা

৬০২

১৭

মধ্য প্ৰদেশ

১২৩

১৮

মহাৰাষ্ট্ৰ

১৫৪৩

১৯

মণিপুৰ

২০

মেঘালয়

২১

মিজোৰাম

২২

নাগালেণ্ড

২৩

ওড়িশা

২৩৯

২৪

পুডুচেৰী

৫১

২৫

পঞ্জাৱ

৩৮২

২৬

ৰাজস্থান

১০৬

২৭

তামিল নাডু

৮০১

২৮

তেলেংগানা

৩০১৭

২৯

ত্ৰিপুৰা

৯১

৩০

উত্তৰ প্ৰদেশ

৩৮৭

৩১

উত্তৰাখণ্ড

১৭৮

৩২

পশ্চিম বংগ

১৭৯৯

 

সৰ্বমুঠ

১৩২১২

*****

স্বতন্ত্ৰতা সৈনিক সন্মান যোজনা-ৰ অধীনত পেঞ্চন লাভ কৰা ৰাজ্য-ভিত্তিক জীৱিত বিধৱা/পত্নীৰ মুঠ সংখ্যাৰ তালিকাঃ

ক্ৰমিক নং

ৰাজ্য

উত্তৰাধিকাৰ পত্নী/বিধৱা/কন্যা পেঞ্চনাৰৰ সংখ্যা

আন্দামান আৰু নিকোবৰ

অন্ধ্ৰ প্ৰদেশ

১৮০

অসম

১৭৭

বিহাৰ

৬৯৩

চণ্ডীগড়

ছত্তীশগড়

১৯

দমন আৰু দিউ

দিল্লী

৮১

গোৱা

৩০৪

১০

গুজৰাট

৮১

১১

হাৰিয়ানা

১৯৮

১২

হিমাচল প্ৰদেশ

১৯৯

১৩

জম্মু আৰু কাশ্মীৰ

২৫২

১৪

ঝাৰখণ্ড

৬৮

১৫

কৰ্ণাটক

৫৮৮

১৬

কেৰালা

৪৮৩

১৭

মধ্য প্ৰদেশ

৯১

১৮

মহাৰাষ্ট্ৰ

১২৭৪

১৯

মণিপুৰ

২০

মেঘালয়

২১

মিজোৰাম

২২

নাগালেণ্ড

২৩

ওড়িশা

১৯৮

২৪

পুডুচেৰী

৩৫

২৫

পঞ্জাৱ

২৭৪

২৬

ৰাজস্থান

১০১

২৭

তামিল নাডু

৬৬০

২৮

তেলেংগানা

২১৬৫

২৯

ত্ৰিপুৰা

৫৬

৩০

উত্তৰ প্ৰদেশ

৩১৪

৩১

উত্তৰাখণ্ড

১৬৯

৩২

পশ্চিম বংগ

১০৯৫

 

মুঠ

৯৭৭৮

****

কেন্দ্ৰীয় স্বতন্ত্ৰতা সৈনিক সন্মান পেঞ্চন আঁচনি, ১৯৮০-ৰ অধীনত স্বাধীনতা সংগ্ৰামীসকলক পেঞ্চন প্ৰদানৰ ক্ষেত্ৰত যোগ্যতাৰ মাপকাঠি

স্বাধীনতাৰ পূৰ্বে মূল ভূখণ্ডৰ কাৰাগাৰত ন্যূনতম ছমাহৰ কাৰাদণ্ড ভুগিবলগীয়া হোৱা ব্যক্তি। প্ৰাক্তন-আইএনএ কৰ্মীসকলো পেঞ্চনৰ বাবে যোগ্য যদিহে তেওঁলোকে ভাৰতৰ বাহিৰত ছমাহ বা ততোধিক সময়ৰ বাবে কাৰাদণ্ড/বন্দিত্বৰে দণ্ডিত হৈছিল। মহিলা আৰু অনুসূচিত জাতি-জনজাতিৰ স্বাধীনতা সংগ্ৰামীৰ ক্ষেত্ৰত পেঞ্চনৰ যোগ্যতাৰ বাবে প্ৰকৃত কাৰাদণ্ডৰ ন্যূনতম সময়সীমা তিনিমাহ।

কাৰাদণ্ডৰ ক্ষেত্ৰতঃ-

সংশ্লিষ্ট জেল কৰ্তৃপক্ষ, জিলা দণ্ডাধীশ বা ৰাজ্য চৰকাৰৰ কাৰাদণ্ড/আটক কৰাৰ প্ৰমাণ পত্ৰ। শাস্তিৰ সময়সীমা, ভৰ্তিৰ তাৰিখ, মুক্তিৰ তাৰিখ, গোচৰৰ তথ্য আৰু মুক্তিৰ কাৰণসমূহ উল্লেখ থাকিব লাগে।

লুকাই থকা অৱস্থাতঃ

আদালত/চৰকাৰৰ আদেশৰ জৰিয়তে আবেদনকাৰীক পলাতক বুলি ঘোষণা কৰা, তেওঁক গ্ৰেপ্তাৰৰ বাবে বঁটা ঘোষণা কৰা বা তেওঁক আটক কৰাৰ নিৰ্দেশ দিয়া।

নজৰবন্দী/নিৰ্বাসনৰ ক্ষেত্ৰতঃ

যিজন ব্যক্তিয়ে স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণৰ বাবে নিজৰ ঘৰতে আৱদ্ধ হ’বলগীয়া হৈছিল বা নিজৰ জিলাৰ পৰা ন্যূনতম ছমাহৰ বাবে বহিষ্কৃত হ’বলগীয়া হৈছিল।

সম্পত্তি হেৰুৱাৰ ক্ষেত্ৰতঃ-

স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণৰ বাবে যিজন ব্যক্তিৰ সম্পত্তি বাজেয়াপ্ত বা বিক্ৰী কৰা হৈছিল।

স্থায়ী অক্ষমতাৰ ক্ষেত্ৰতঃ-

  1. ৰাষ্ট্ৰীয় স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰাৰ সময়ত গুলীৰ আঘাত/লাঠি চাৰ্জৰ দ্বাৰা স্থায়ীভাৱে অক্ষম হোৱা বুলি উল্লেখ কৰি জিলা দণ্ডাধীশৰ পৰা প্ৰমাণপত্ৰ লাভ কৰা সাপেক্ষে।
  2. ভুক্তভোগীগৰাকীৰ সমৰ্থনত চিভিল চাৰ্জনৰ পৰা মেডিকেল চাৰ্টিফিকেট।

চৰকাৰী চাকৰি হেৰুৱাৰ ক্ষেত্ৰতঃ-

এজন ব্যক্তি যিয়ে স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত বা অপসাৰিত হৈছিল।

বেত/কোব/চাবুকৰ আঘাত পোৱাৰ ক্ষেত্ৰতঃ-

স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণৰ বাবে ১০ বাৰ বেত/কোব/চাবুকৰ শাস্তি লাভ কৰা ব্যক্তি।

আঁচনিৰ অধীনত পৰিয়াল পেঞ্চন আৰু নিৰ্ভৰশীলসকলৰ বাবে যোগ্যতাৰ মাপকাঠিঃ

সম্মান পেঞ্চন প্ৰদানৰ উদ্দেশ্যে স্বাধীনতা সংগ্ৰামী পেঞ্চনাৰৰ বিয়োগৰ পিছত তেওঁৰ পত্নীক পৰিয়াল পেঞ্চন প্ৰদান কৰা হয় আৰু পত্নীৰ মৃত্যুৰ পিছত তেওঁলোকৰ অবিবাহিত কন্যাক (সৰ্বাধিক তিনিগৰাকী এনে কন্যালৈকে) পৰিয়াল পেঞ্চন প্ৰদান কৰা হয়।

গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বণ্ডী সঞ্জয় কুমাৰে লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা সদৰী কৰে।

 

***

RK/VV/HS/PS/PR/SB


(Release ID: 2147658)
Read this release in: English , Urdu , Hindi