প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ তেলেংগানাৰ ৰাজ্যপালৰ

प्रविष्टि तिथि: 30 JUN 2025 3:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আজি নতুন দিল্লীত তেলেংগানাৰ ৰাজ্যপাল শ্ৰী জিষ্ণু দেৱ বাৰ্মাই সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এটা পোষ্টত কয় :

“তেলেংগানাৰ ৰাজ্যপাল শ্ৰী @Jishnu_Devvarma ই প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।”

***

MJPS/SR/KD


(रिलीज़ आईडी: 2140954) आगंतुक पटल : 27
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam