প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সন্ত কবীৰ দাসক জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
পোষ্ট কৰা হৈছে:
11 JUN 2025 10:18AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ত কবীৰ দাসৰ জন্ম বাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সামাজিক সম্প্ৰীতি আৰু সংস্কাৰৰ প্ৰতি তেওঁৰ আজীৱন সমৰ্পিত মনোভাবক স্বীকাৰ কৰে।
শ্ৰী মোদীয়ে এক্সত এটা পোষ্টত উল্লেখ কৰে :
"আজীৱন সামাজিক সম্প্ৰীতিৰ প্ৰতি উৎসৰ্গিত সন্ত কবীৰ দাস জীক তেওঁৰ জয়ন্তীত মোৰ কোটি কোটি প্ৰণাম। তেওঁৰ দোহাবোৰত য'ত শব্দৰ সৰলতা আছে তাত আৱেগৰ গভীৰতাও আছে। সেইবাবেই আজিও ভাৰতীয় জনমানসত তেওঁৰ গভীৰ প্ৰভাৱ আছে। সমাজত প্ৰচলিত অনীতিসমূহ দূৰ কৰাত তেওঁৰ অৱদান সদায়ে শ্ৰদ্ধসহকাৰে স্মৰণ কৰা হ'ব।"
***
MJPS/SR/KD
(ৰিলিজ আই ডি : 2135579)
অতিথি কক্ষ : 20
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam