প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কলম্বোত ‘আইপিকেএফ মেম'ৰিয়েল’ পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে
Posted On:
05 APR 2025 7:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলম্বোত অনুষ্ঠিত আইপিকেএফ মেমৰিয়েল দৰ্শন কৰি পুষ্পস্তৱক অৰ্পণ কৰে। তেওঁ শান্তি, ঐক্য আৰু শ্ৰীলংকাৰ আঞ্চলিক অখণ্ডতাৰ সেৱাত প্ৰাণাহুতি দিয়া ভাৰতীয় শান্তিৰক্ষী বাহিনীৰ বীৰ সৈনিকসকলক প্ৰশংসা কৰে।
এক্স-ত প্ৰেৰণ কৰা এটা পোষ্টত তেওঁ এইদৰে কয়:
"কলম্বোৰ ‘আইপিকেএফ মেমৰিয়েল’ত পুষ্পস্তৱক অৰ্পণ কৰিলোঁ। আমি ভাৰতীয় শান্তিৰক্ষী বাহিনীৰ সাহসী সৈনিকসকলক স্মৰণ কৰিছোঁ, যিসকলে শান্তি, ঐক্য আৰু শ্ৰীলংকাৰ আঞ্চলিক অখণ্ডতাৰ সেৱাত প্ৰাণাহুতি দিছিল। তেওঁলোকৰ অটল সাহস আৰু নিষ্ঠা আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস হৈ আছে।"
“கொழும்பில் உள்ள இந்திய அமைதிப்படையினரின் நினைவுத் தூபியில் மலர்வளையம் வைத்து அஞ்சலி செலுத்தினேன். இலங்கையின் ஆட்புல ஒருமைப்பாடு, ஐக்கியம் மற்றும் சமாதானம் ஆகியவற்றுக்கான உயர்பணியில் தமது வாழ்வை தியாகம் செய்த இந்திய அமைதிகாக்கும் படையின் துணிச்சல் மிக்க வீரர்களை இச்சந்தர்ப்பத்தில் நாம் நினைவுகூர்கிறோம். அவர்களின் அசைக்க முடியாத தைரியமும், அர்ப்பணிப்பும் நம் அனைவரினதும் உத்வேகத்தின் ஆதாரமாக நிலைத்திருக்கின்றன.”
***
MJPS/SR/KB
(Release ID: 2119471)
Visitor Counter : 7
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam