প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে জন্ম জয়ন্তীত পণ্ডিত মদন মোহন মালৱীয়ক স্মৰণ কৰে

পোষ্ট কৰা হৈছে: 25 DEC 2024 8:56AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহামনা পণ্ডিত মদন মোহন মালৱীয়ক তেওঁৰ জন্ম জয়ন্তীত স্মৰণ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

“মহামনা পণ্ডিত মদন মোহন মালৱীয় জীক তেওঁৰ জয়ন্তীত কোটি কোটি নমন। তেওঁ এজন সক্ৰিয় স্বাধীনতা যুঁজাৰু হোৱাৰ সমান্তৰালকৈ আজীৱন ভাৰতত শিক্ষাৰ অগ্ৰদূত হৈ আছিল। দেশৰ বাবে তেওঁৰ অতুলনীয় যোগদান সদায় প্ৰেৰণাস্ৰোত হৈ থাকিব।”

**********

MJPS/VJ


(ৰিলিজ আই ডি : 2087992) অতিথি কক্ষ : 60