প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী মঙ্গল মুণ্ডাৰ মৃত্যুত প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰে
পোষ্ট কৰা হৈছে:
29 NOV 2024 11:27AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিৰচা মুণ্ডাৰ বংশধৰ শ্ৰী মঙ্গল মুণ্ডাজীৰ মৃত্যুত শোক প্ৰকাশ কৰে।
‘এক্স’-ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:
"ভগৱান বিৰচা মুণ্ডাজীৰ বংশধৰ মঙ্গল মুণ্ডাজীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেওঁৰ প্ৰস্থান তেওঁৰ পৰিয়ালৰ লগতে ঝাৰখণ্ডৰ জনজাতীয় সমাজৰ বাবে এক অপূৰণীয় ক্ষতি। এই দুখৰ সময়ত ঈশ্বৰে তেওঁৰ পৰিয়ালবৰ্গক শক্তি দিয়ক। ওম শান্তি!"
***
MJPS/SR/KB
(ৰিলিজ আই ডি : 2079712)
অতিথি কক্ষ : 45
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam