প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 02 DEC 2024 2:07PM by PIB Guwahati

আজি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে (PMO) এক্সত এইদৰে প’ষ্ট কৰিছেঃ

"অসমৰ মুখ্যমন্ত্ৰী ডঃ @himantabiswa-ই প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।

@CMOfficeAssam"

***

MJPS/SR/SB


(ৰিলিজ আই ডি : 2079688) অতিথি কক্ষ : 128