প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে কৃতজ্ঞতা প্ৰকাশ কৰি অধিক সংখ্যক লোকক মাতৃৰ সন্মানত এজোপা গছ ৰোপণ কৰি এটা বহনক্ষম গ্ৰহ হিচাপে গঢ় দিয়াত অৰিহণা যোগোৱাৰ আহ্বান জনায়
Posted On:
16 NOV 2024 9:56PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অধিক সংখ্যক লোকক মাতৃৰ সন্মানত এজোপা গছ ৰোপণ কৰি এটা বহনক্ষম গ্ৰহ হিচাপে গঢ় দিয়াত অৰিহণা যোগাবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে ‘এক পেড় মা কে নাম’ অভিযানত গতি প্ৰদান কৰাৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।
কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱৰ এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়।
“যিসকলে #এক পেড় মা কে নাম অভিযানক গতি প্ৰদান কৰিছে তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জনাইছো। অধিক সংখ্যক লোকক মাতৃৰ সন্মানত এজোপা গছ ৰোপণ কৰি এটা বহনক্ষম গ্ৰহ হিচাপে অৰিহণা যোগাবলৈ আহ্বান জনাইছো।”
***
MJPS/SR/DB
(Release ID: 2074111)
Read this release in:
Odia
,
Telugu
,
English
,
Urdu
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam