প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছট পূজাৰ প্ৰথম দিনা জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে
प्रविष्टि तिथि:
05 NOV 2024 3:45PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছট পূজাৰ প্ৰথম দিন উপলক্ষে দেশবাসীলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত পোষ্ট কৰিছে:
"মহাপৰ্ব ছটৰ আজিপৱিত্ৰনহায়-খায় উপলক্ষেসকলো দেশবাসীলৈ মোৰ শুভকামনা জনাইছো। বিশেষকৈ উপবাসে থকাসকলোলৈমোৰ অভিনন্দন।ষটী মাৰ আশীৰ্বাদত আপোনালোকৰ অনুষ্ঠান সফলভাৱে সম্পন্ন হওক, এয়াই কামনা কৰিলোঁ।"
महापर्व छठ में आज नहाय-खाय के पवित्र अवसर पर सभी देशवासियों को मेरी शुभकामनाएं। विशेष रूप से सभी व्रतियों को मेरा अभिनंदन। छठी मइया की कृपा से आप सबका अनुष्ठान सफलतापूर्वक संपन्न हो, यही कामना है।
— Narendra Modi (@narendramodi) November 5, 2024
***********
MJPS/RT/KD
(रिलीज़ आईडी: 2071179)
आगंतुक पटल : 50
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam