প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাজ্য প্ৰতিষ্ঠা দিৱসত হাৰিয়ানাবাসীক সম্ভাষণ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 01 NOV 2024 9:10AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে হাৰিয়ানাবাসীক সম্ভাষণ জনাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰিছেঃ

“চহকী ঐতিহাসিক ঐতিহ্যৰ বাবে পৰিচিত আমাৰ হাৰিয়ানাই দেশৰ উন্নয়নত যথেষ্ট অৰিহণা যোগাই আহিছে। ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসত ইয়াৰ প্ৰগতিৰ বাটত অংশগ্ৰহণ কৰা মোৰ সকলো ভাই-ভনীলৈ আন্তৰিক অভিনন্দন জ্ঞাপনেৰে তেওঁলোকৰ সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্য কামনা কৰিলোঁ।”

***

MJPS/TS/SB


(रिलीज़ आईडी: 2070104) आगंतुक पटल : 56
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam