কেবিনেট
azadi ka amrit mahotsav

২৩৪খন নতুন চহৰ/নগৰত ব্যক্তিগত এফ এম ৰেডিঅ’ মুকলি কৰিবলৈ কেবিনেটৰ অনুমোদন

এই পদক্ষেপে মাতৃভাষাত স্থানীয় বিষয়বস্তুৰ প্ৰচাৰ আৰু নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ সম্ভাৱনা আছে

এই ষ্টেচনসমূহে বহু আকাংক্ষিত, মাওঁবাদী অধ্যুষিত আৰু সীমান্তৱৰ্তী অঞ্চলকে ধৰি নতুন নতুন অঞ্চল সামৰি ল’ব

পোষ্ট কৰা হৈছে: 28 AUG 2024 3:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ব্যক্তিগত এফএম ৰেডিঅ’ ফেজ-৩ নীতিৰ অধীনত ২৩৪খন নতুন চহৰত ৭৩০টা চেনেলৰ বাবে আনুমানিক সংৰক্ষিত মূল্য ৭৮৪.৮৭ কোটি টকাৰে তৃতীয় গোটৰ ই-নিলামত অনুমোদন জনাইছে৷

চহৰ/নগৰসমূহৰ ৰাজ্যভিত্তিক তালিকা আৰু নতুন নিলামৰ বাবে অনুমোদিত ব্যক্তিগত এফএম চেনেলৰ সংখ্যা তলৰ পৰিশিষ্টত উল্লেখ কৰা হৈছে।

এফএম চেনেলৰ বাৰ্ষিক অনুজ্ঞাপত্ৰ মাচুল (এএলএফ) হিচাপে সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) বাদ দি মুঠ ৰাজহৰ ৪ শতাংশ লোৱাৰ প্ৰস্তাৱতো কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায়। ২৩৪খন নতুন চহৰ/নগৰৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য হ’ব।

২৩৪খন নতুন চহৰ/নগৰত ব্যক্তিগত এফএম ৰেডিঅ’ মুকলি কৰিলে ব্যক্তিগত এফএম ৰেডিঅ’ সম্প্ৰচাৰৰ দ্বাৰা এতিয়াও ঢুকি নোপোৱা চহৰ/নগৰসমূহত এফ এম ৰেডিঅ’ৰ অপূৰণীয় চাহিদা পূৰণ হ’ব আৰু মাতৃভাষাত নতুন/স্থানীয় বিষয়বস্তুৰ প্ৰচলন হ’ব।

ইয়াৰ দ্বাৰা নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব, স্থানীয় উপভাষা আৰু সংস্কৃতিৰ প্ৰসাৰ ঘটিব আৰু ‘ভোকেল ফৰ লোকেলৰ’ পদক্ষেপক প্ৰসাৰিত কৰিব। অনুমোদিত ষ্টেচনে বহু চহৰ/নগৰ আকাংক্ষিত জিলা আৰু মাওঁবাদী অধ্যুষিত এলেকা সামৰি লৈছে। এই অঞ্চলসমূহত ব্যক্তিগত এফএম ৰেডিঅ’ স্থাপন কৰিলে এই অঞ্চলসমূহত চৰকাৰী আঁচনিসমূহৰ প্ৰসাৰ আৰু অধিক শক্তিশালী হ’ব।

 

পৰিশিষ্ট

 

৭৩০টা চেনেল স্থাপন হ’বলগীয়া ২৩৪খন নতুন চহৰৰ তালিকা

ক্ৰ.নং

চহৰ/নগৰৰ নাম

প্ৰস্তাৱিত  চেনেল

আন্দামান আৰু নিকোবৰ

১

প’ৰ্ট ব্লেয়াৰ

৩

অন্ধ্ৰপ্ৰদেশ

১

আদোনি

৩

২

অনন্তপুৰম

৩

৩

ভীমাভৰম

৩

৪

চিলাকালুৰিপেট

৩

৫

চিৰলা

৩

৬

চিট্ৰোৰ

৩

৭

কুদ্দাপাহ

৩

৮

ধৰ্মাৱৰম

৩

৯

এলুৰু

৩

১০

গুন্তাকাল

৩

১১

হিন্দুপুৰ

৩

১২

কাকিনাদা

৪

১৩

কুৰ্নুল

৪

১৪

মচিলিপট্টনম

৩

১৫

মদনাপল্লে

৩

১৬

নন্দিয়াল

৩

১৭

নৰসৰাওপেট

৩

১৮

অংগোলে

৩

১৯

প্ৰড্ডাটুৰ

৩

২০

শ্ৰীকুলম

৩

২১

তদপত্ৰী

৩

২২

বিজিয়ানগৰম

৩

অসম

১

ডিব্ৰুগড়

৩

2

যোৰহাট

৩

৩

নগাঁও

৩

৪

শিলচৰ

৩

৫

তেজপুৰ

৩

৬

তিনিচুকীয়া

৩

বিহাৰ

১

আৰহ

৩

২

ঔৰংগাবাদ

৩

৩

বগাহা

৩

৪

বেগুচৰাই

৩

৫

বেটিয়া

৩

৬

ভগলপুৰ

৪

৭

বিহাৰ শ্বৰীফ

৩

৮

চাপ্ৰা

৩

৯

দাৰভাংগা

৩

১০

গয়া

৪

১১

কিষানগঞ্জ

৩

১২

মতিহাৰী

৩

১৩

মুংগাৰ

৩

১৪

পূৰ্ণিয়া

৪

১৫

সহৰ্চ

৩

১৬

ছাচাৰাম

৩

১৭

সীতামৰ্হি

৩

১৮

ছিৱান

৩

চত্তীশগড়

১

অম্বিকাপুৰ

৩

২

জগদলপুৰ

৩

৩

কোৰবা

৩

দমন আৰু দিউ

১

দমন

৩

গুজৰাট

১

আমৰেলি

৩

২

ভুজ

৩

৩

বোটাড

৩

৪

দাহোদ

৩

৫

গান্ধীধাম

৩

৬

জেটপুৰ নৱগধ

৩

৭

পাতন

৩

৮

সুৰেন্দ্ৰনগৰ দুধৰেজ

৩

হাৰিয়ানা

১

আম্বালা

৩

২

ভীৱানী

৩

৩

জিন্দ

৩

৪

কৈথাল

৩

৫

পানীপট

৩

৬

ৰেৱাৰী

৩

৭

ৰোহটক

৩

৮

ছিৰছা

৩

৯

থানেছাৰ

৩

জম্মু আৰু কাশ্মীৰ

১

অনন্তনাগ

৩

ঝাৰখণ্ড

১

বোকাৰো ষ্টীল চিটি

৩

২

দেওঘৰ

৩

৩

ধনবাদ

৪

৪

গিৰিদিহ

৩

৫

হাজাৰীবাগ

৩

৬

মেদনিনগৰ (ডাল্টনগঞ্জ)

৩

কৰ্ণাটক

১

বাগালকোট

৩

২

বেলগাম

৪

৩

বেলাৰী

৪

৪

বিদাৰ

৩

৫

বিজাপুৰ

৪

৬

চিকমাগালুৰ

৩

৭

চিত্ৰদুৰ্গা

৩

৮

দেভাংগিৰ

৪

৯

গদাগ বেটিগেৰী

৩

১০

হাছান

৩

১১

হস্পেট

৩

১২

কোলাৰ

৩

১৩

ৰাইচুৰ

৩

১৪

শ্বিমোগা

৪

১৫

তুমকুৰ

৩

১৬

উডুপি

৩

কেৰালা

১

কানহাংগাড (কাছাৰগোড)

৩

২

পলাক্কাড

৩

লাক্ষাদ্বীপ

১

কাৱাৰাট্টী

৩

মধ্যপ্ৰদেশ

১

বেতুল

৩

২

বুৰহানপুৰ

৩

৩

ছটাৰপুৰ

৩

৪

ছিণ্ডৱাৰা

৩

৫

দামোহ

৩

৬

গুনা

৩

৭

ইতাৰ্ছি

৩

৮

খাণ্ডৱা

৩

৯

খাৰগোনে

৩

১০

মন্দসৌৰ

৩

১১

মুৰৱাৰা (কাটনি)

৩

১২

নীমুচ

৩

১৩

ৰতলাম

৩

১৪

ৰেৱা

৩

১৫

সাগৰ

৪

১৬

ছাটনা

৩

১৭

ছিউনী

৩

১৮

শিৱপুৰী

৩

১৯

চিংৰৌলি

৩

২০

বিদিশা

৩

মহাৰাষ্ট্ৰ

১

আচলপুৰ

৩

২

বৰ্ষী

৩

৩

চন্দ্ৰপুৰ

৪

৪

গণ্ডিয়া

৩

৫

লাটুৰ

৪

৬

মালেগাওঁ

৪

৭

নন্দুৰবৰ

৩

৮

ওছমানবাদ

৩

৯

উদগিৰ

৩

১০

ৱৰ্ধা

৩

১১

যৱতমল

৩

মনিপুৰ

১

ইম্ফল

৪

মেঘালয়

১

জোৱাই

৩

মিজোৰাম

১

লুংলেই

৩

নাগালেণ্ড

১

ডিমাপুৰ

৩

২

ক’হিমা

৩

৩

মকুকচুং

৩

ওড়িশা

১

বালেশ্বৰ

৩

২

বৰিপদ

৩

৩

বেৰহামপুৰ

৪

৪

ভদ্ৰক

৩

৫

পুৰী

৩

৬

সম্বলপুৰ

৩

পাঞ্জাৱ

১

আবোহৰ

৩

২

বৰ্ণালা

৩

৩

ভাতিণ্ডা

৩

৪

ফিৰোজপুৰ

৩

৫

হোছিয়াৰপুৰ

৩

৬

লুধিয়ানা

৪

৭

মোগা

৩

৮

মোক্তছাৰ

৩

৯

পাঠানকোট

৩

ৰাজস্থান

১

আলৱাৰ

৪

২

বনস্বৰা

৩

৩

বেৱাৰ

৩

৪

ভৰতপুৰ

৩

৫

ভিলৱাৰা

৪

৬

চিট্টোৰগড়

৩

৭

চুৰু

৩

৮

ধৌলপুৰ

৩

৯

গংগানগৰ

৩

১০

হনুমানগড়

৩

১১

হিন্দাউন

৩

১২

ঝুনঝুনু

৩

১৩

মকৰাণ

৩

১৪

নগৌৰ

৩

১৫

পালি

৩

১৬

ছাৱাই মাধোপুৰ

৩

১৭

ছিকাৰ

৩

১৮

সুজানগড়

৩

১৯

টংক

৩

তামিলনাডু

১

কুনুৰ

৩

২

ডিণ্ডিগুল

৩

৩

কাৰাইকুদি

৩

৪

কৰূৰ

৩

৫

নগৰকইল / কন্যাকুমাৰী

৩

৬

নেইভেলী

৩

৭

পুডুক্কোট্টাই

৩

৮

ৰাজপলায়ম

৩

৯

থাঞ্জাভুৰ

৩

১০

তিৰুৱন্নমলাই

৩

১১

বণিয়াম্বদি

৩

তেলেংগানা

১

আদিলাবাদ

৩

২

কৰিমনগৰ

৩

৩

খাম্মাম

৩

৪

কোথাগুডেম

৩

৫

মেহবুবনগৰ

৩

৬

মানচেৰিয়েল

৩

৭

নলগোণ্ডা

৩

৮

নিজামাবাদ

৪

৯

ৰামগুণ্ডম

৩

১০

সূৰ্য্যপেট

৩

ত্ৰিপুৰা

১

বেলোনিয়া

৩

উত্তৰপ্ৰদেশ

১

আকবৰপুৰ

৩

২

আজমগড়

৩

৩

বদৌন

৩

৪

বাহৰাইচ

৩

৫

বলিয়া

৩

৬

বাণ্ডা

৩

৭

বস্তি

৩

৮

দেওৰিয়া

৩

৯

ইটাহ

৩

১০

ইটাৱা

৩

১১

ফৈজাবাদ / অযোধ্যা

৩

১২

ফাৰৰুখাবাদ তথা ফতেহগড়

৩

১৩

ফতেহপুৰ

৩

১৪

গাজীপুৰ

৩

১৫

গোণ্ডা

৩

১৬

হৰদয়

৩

১৭

জৌনপুৰ

৩

১৮

লখিমপুৰ

৩

১৯

ললিতপুৰ

৩

২০

মইনপুৰী

৩

২১

মথুৰা

৩

২২

মৌনাথ ভঞ্জন (জিলা মৌ)

৩

২৩

মিৰ্জাপুৰ তথা বিন্ধ্যাচল

৩

২৪

মোৰাদাবাদ

৪

২৫

মুজাফ্ফৰনগৰ

৪

২৬

ওৰাই

৩

২৭

ৰায়বেৰেলি

৩

২৮

ছাহাৰনপুৰ

৪

২৯

শ্বাহজাহানপুৰ

৪

৩০

শিকোহাবাদ

৩

৩১

সীতাপুৰ

৩

৩২

চুলতানপুৰ

৩

উত্তৰাখণ্ড

১

হালদৱানী তথা কাঠগোদাম

৩

২

হৰিদ্বাৰ

৩

পশ্চিমবংগ

১

আলিপুৰদুৱাৰ

৩

২

বেহাৰামপুৰ

৪

৩

বালুৰঘাট

৩

৪

বনগাওঁ

৩

৫

বাংকুৰা

৩

৬

বৰ্দ্ধমান

৪

৭

দাৰ্জিলিং

৩

৮

ধুলিয়ান

৩

৯

ইংলিছ বজাৰ (মালদা)

৪

১০

খড়গপুৰ

৩

১১

কৃষ্ণনগৰ

৩

১২

পুৰুলিয়া

৩

১৩

ৰায়গঞ্জ

৩

২৩৪

মুঠ

৭৩০

*****

MJPS/BM/SKS/DB


(ৰিলিজ আই ডি : 2049612) অতিথি কক্ষ : 98