ভাৰতীয় নিৰ্বাচন আয়োগ

সাধাৰণ নিৰ্বাচন-২০২৪ৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৬৫.৬৮% ভোটদান

Posted On: 11 MAY 2024 4:33PM by PIB Guwahati

ভাৰতৰ নিৰ্বাচন আয়োগৰ ০৭.০৫.২০২৪ তাৰিখৰ দুখন প্ৰেছ বিজ্ঞপ্তি আৰু ০৮.০৫.২০২৪ তাৰিখৰ প্ৰেছ বিজ্ঞপ্তিৰ লগত সংগতি ৰাখি চলিত সাধাৰণ নিৰ্বাচন ২০২৪ত ৯৩টা সংসদীয় সমষ্টিৰ বাবে তৃতীয় পৰ্যায়ত ৬৫.৬৮% ভোটাৰৰ ভোটদান তথ্য লাভ কৰা হৈছে।তৃতীয় পৰ্যায়ৰ লিংগভিত্তিক ভোটাৰৰ ভোটদানৰ পৰিসংখ্যা তলত দিয়া হৈছে:

 

পৰ্যায়

পুৰুষৰ ভোটদান

মহিলাৰ ভোটাদান

তৃতীয় পৰ্যায়ৰ লিংগভিত্তিক ভোটদান

সামগ্ৰিক ভোটদান

তৃতীয় পৰ্যায়

৬৬.৮৯%

৬৪.৪১%

২৫.২%

৬৫.৬৮%

 

২) তৃতীয় পৰ্যায়ৰ বাবে ৰাজ্যভিত্তিক আৰু সমষ্টিভিত্তিক ভোটাৰৰ ভোটদানৰ তথ্য ক্ৰমে ১ আৰু ২ নং তালিকাত দিয়া হৈছে। “অন্য ভোটাৰ”ৰ ক্ষেত্ৰত খালী কোষে সেই শ্ৰেণীৰ কোনো পঞ্জীয়নভুক্ত নিৰ্বাচক নহয় বুলি সূচাইছে। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ত বিহাৰৰ দুটা ভোটকেন্দ্ৰ আৰু মধ্যপ্ৰদেশৰ চাৰিটা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণো সমাপ্ত হৈছে। ভোটাৰ ভোটদান এপতো সংসদীয় সমষ্টি আৰু বিধানসভা সমষ্টিভিত্তিক ডাটা উপলব্ধ। কোনো এটা সমষ্টিৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে প্ৰাৰ্থীসকলক তেওঁলোকৰ ভোটগ্ৰহণ এজেণ্টৰ জৰিয়তেও প্ৰ-পত্ৰ ১৭চিৰ প্ৰতিলিপি প্ৰদান কৰা হয়। প্ৰপত্ৰ ১৭চিৰ প্ৰকৃত তথ্য প্ৰধান হ’ব যিটো ইতিমধ্যে প্ৰাৰ্থীৰ সৈতে শ্বেয়াৰ কৰা হৈছে। ডাক বেলট গণনা আৰু মুঠ ভোট গণনাত ইয়াৰ সংযোজনৰ সৈতে গণনাৰ পিছতহে চূড়ান্ত ভোটদান উপলব্ধ হ’ব। ডাক বেলটৰ ভিতৰত সেৱা ভোটাৰ, অনুপস্থিত ভোটাৰ (৮৫ বছৰ ঊৰ্ধ্বৰ, দিব্যাংগ, অত্যাৱশ্যকীয় সেৱা আদি) আৰু নিৰ্বাচনী কৰ্তব্যত থকা ভোটাৰক দিয়া ডাক বেলট অন্তৰ্ভুক্ত। বিধিগত বিধান অনুসৰি লাভ কৰা এনে ডাক বেলটৰ দৈনিক হিচাপ সকলো প্ৰাৰ্থীক দিয়া হয়।

৩) তদুপৰি, ২০২৪ চনৰ ১৩ মে’ত চতুৰ্থ পৰ্যায়ত নিৰ্বাচনলৈ যোৱা ৯৬টা সংসদীয় সমষ্টিৰ পঞ্জীয়নভুক্ত নিৰ্বাচকৰ সংসদীয় সমষ্টিভিত্তিক বিৱৰণ সূচী-৩ত দিয়া হৈছে।

 

তৃতীয় পৰ্যায়-

তালিকা-১ ভোটকেন্দ্ৰত ৰাজ্যিকভিত্তিক আৰু লিংগভিত্তিক ভোটাৰৰ ভোটদান

ক্ৰ.নং

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

সংসদীয় সমষ্টিৰ সংখ্যা

ভোটদান (%)

পুৰুষ

মহিলা

অন্যান্য

মুঠ

অসম

৮৫.৫৬

৮৫.৩৪

২০.৭২

৮৫.৪৫

বিহাৰ

৫৩.৫৭

৬৫.২০

৫.৯০

৫৯.১৫

ছত্তীশগড়

৭২.৪৬

৭১.৪৯

২৭.৫৮

৭১.৯৮

দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু ডিউ

৬৯.৯৯

৭২.৭৩

 

৭১.৩১

গোৱা

৭৫.৪২

৭৬.৬৬

৭৫.০০

৭৬.০৬

গুজৰাট

২৫

৬৩.৫২

৫৬.৫৬

৩০.৭৭

৬০.১৩

কৰ্ণাটক

১৪

৭২.৯৬

৭০.৭৩

২১.০৩

৭১.৮৪

মধ্যপ্ৰদেশ

৬৯.৭০

৬৩.৫৩

৪২.৫৭

৬৬.৭৫

মহাৰাষ্ট্ৰ

১১

৬৫.৭০

৬১.২৯

২৯.৪৯

৬৩.৫৫

১০

উত্তৰপ্ৰদেশ

১০

৫৮.৮৮

৫৬.০১

১৬.২০

৫৭.৫৫

১১

পশ্চিমবংগ

৭২.২১

৮৩.০১

১৭.৫৩

৭৭.৫৩

 

১১ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল [৯৩ সংসদীয় সমষ্টি]

৯৩

৬৬.৮৯

৬৪.৪১

২৫.২০

৬৫.৬৮

 

তৃতীয় পৰ্যায়

তালিকা ২: ভোটকেন্দ্ৰত সংসদীয় সমষ্টিভিত্তিক আৰু লিংগভিত্তিক ভোটদান

ক্ৰ.নং

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

সংসদীয় সমষ্টি

ভোটাৰ ভোটদান (%)

পুৰুষ

মহিলা

অন্যান্য

মুঠ

অসম

বৰপেটা

৮৫.৪০

৮৫.০৮

৪২.৮৬

৮৫.২৪

অসম

ধুবুৰী

৯১.৯৯

৯২.১৭

২৪.০০

৯২.০৮

অসম

গুৱাহাটী

৭৮.৮৯

৭৭.৯১

১২.০৭

৭৮.৩৯

অসম

কোকৰাঝাৰ

৮২.৯৮

৮৪.১১

১৪.২৯

৮৩.৫৫

বিহাৰ

আৰাৰিয়া

৫৬.৯৭

৬৭.৩২

৬.৩৮

৬১.৯৩

বিহাৰ

ঝনঝাৰপুৰ

৪৮.১৬

৬১.৩৮

৫.৬২

৫৪.৪৮

বিহাৰ

খাগাৰীয়া

৫২.১৮

৬৩.৩৯

৬.২৫

৫৭.৫২

বিহাৰ

মাধেপুৰ

৫৩.৫৪

৬৩.৪২

৬.০০

৫৮.২৯

বিহাৰ

সুপৌল

৫৭.০২

৭০.৫৫

৪.৮৮

৬৩.৫৫

১০

ছত্তীশগড়

বিলাসপুৰ

৬৫.৫৩

৬৪.০১

২৩.২৩

৬৪.৭৭

১১

ছত্তীশগড়

দুৰ্গ

৭৪.৪৪

৭২.৯২

৩৭.০৪

৭৩.৬৮

১২

ছত্তীশগড়

জাঝগিৰ-চম্পা

৬৭.৩৬

৬৭.৭৬

৫৯.২৬

৬৭.৫৬

১৩

ছত্তীশগড়

কোৰবা

৭৬.১০

৭৫.১৬

২৩.০৮

৭৫.৬৩

১৪

ছত্তীশগড়

ৰায়গড়

৭৮.৯৭

৭৮.৭৩

৪৮.০০

৭৮.৮৫

১৫

ছত্তীশগড়

ৰায়পুৰ

৬৭.৬৫

৬৬.০০

১৯.৪১

৬৬.৮২

১৬

ছত্তীশগড়

সুৰগুজা

৮০.৬৫

৭৯.১৩

৫০.০০

৭৯.৮৯

 

১৭

দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু ডিউ

দাদৰা আৰু নগৰ হাভেলি

 

৭১.৭৫

 

৭৩.৩৬

 

 

৭২.৫২

 

১৮

দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু ডিউ

 

দমন আৰু ডিউ

 

৬৬.১৫

 

৭১.৪৪

 

 

৬৮.৭৭

১৯

গোৱা

উত্তৰ গোৱা

৭৮.৫৪

৭৬.৮৯

৬৬.৬৭

৭৭.৬৯

২০

গোৱা

দক্ষিণ গোৱা

৭২.৩৯

৭৬.৪৩

৭৭.৭৮

৭৪.৪৭

 

২১

গুজৰাট

আহমেদাবাদ পূব

৫৮.৯০

৫০.১৪

১৪.৫৩

৫৪.৭২

২২

গুজৰাট

আহমেদাবাদ পশ্চিম

৫৯.১৬

৫১.৫০

৪১.১০

৫৫.৪৫

২৩

গুজৰাট

আমৰেলি

৫৪.০৬

৪৬.২৪

৩৮.৪৬

৫০.২৯

২৪

গুজৰাট

আনন্দ

৬৮.৬৯

৬১.২৪

৪২.৭৫

৬৫.০৪

২৫

গুজৰাট

বানস্কান্ত

৭৩.১৬

৬৫.৮৫

৪৭.০৬

৬৯.৬২

২৬

গুজৰাট

বাৰ্দোলি

৬৬.৯৪

৬২.৬২

২৬.৩২

৬৪.৮১

২৭

গুজৰাট

ভৰুচ

৭১.৫৭

৬৬.৬৬

১৫.৬৬

৬৯.১৬

২৮

গুজৰাট

ভাৱনগৰ

৫৭.৪৪

৫০.১৪

৩২.৫০

৫৩.৯২

২৯

গুজৰাট

চোটা উদয়পুৰ

৭১.৭৭

৬৬.৪২

২৩.৮১

৬৯.১৫

৩০

গুজৰাট

দাহোদ

৬১.৬৭

৫৭.০১

১৫.৭৯

৫৯.৩১

৩১

গুজৰাট

গান্ধীনগৰ

৬২.৯৯

৫৬.৪২

১৯.৪৮

৫৯.৮০

৩২

গুজৰাট

জামনগৰ

৬৩.০৫

৫২.০২

৩৬.১১

৫৭.৬৭

৩৩

গুজৰাট

জুনাগড়

৬২.৬২

৫৫.০২

৩৬.০০

৫৮.৯১

৩৪

গুজৰাট

কচ্চ

৫৯.৮৭

৫২.১৮

২৯.৬৩

৫৬.১৪

৩৫

গুজৰাট

খেদা

৬৩.৪০

৫২.৬১

৩৬.২৭

৫৮.১২

৩৬

গুজৰাট

মাহেচানা

৬৩.৫০

৫৬.০১

১৫.৫২

৫৯.৮৬

৩৭

গুজৰাট

নৱচাৰী

৬০.১৩

৫৯.১১

৩৩.৩৩

৫৯.৬৬

৩৮

গুজৰাট

পঞ্চমহল

৬১.৩০

৫৬.৩০

৪৮.১৫

৫৮.৮৫

৩৯

গুজৰাট

পাটন

৬২.১৬

৫৪.৭৭

৩১.২৫

৫৮.৫৬

৪০

গুজৰাট

পোৰবন্দৰ

৫৭.২২

৪৬.১০

৪০.০০

৫১.৮৩

৪১

গুজৰাট

ৰাজকোট

৬৪.৫২

৫৪.৫০

১৬.৬৭

৫৯.৬৯

৪২

গুজৰাট

সৰবকান্ত

৬৬.৯৯

৬০.০২

৫৮.২১

৬৩.৫৬

৪৩

গুজৰাট

সুৰেন্দ্ৰনগৰ

৫৯.৮২

৪৯.৯৭

১৮.৭৫

৫৫.০৯

৪৪

গুজৰাট

বদোদৰা

৬৪.২১

৫৮.৮৭

২৬.৯৬

৬১.৫৯

৪৫

গুজৰাট

ভালসাদ

৭৪.০৩

৭১.৩৫

৬৩.১৬

৭২.৭১

৪৬

কৰ্ণাটক

বগালকোট

৭৪.১১

৭১.২৩

২৬.৭৩

৭২.৬৬

৪৭

কৰ্ণাটক

বেলগাম

৭২.৮৪

৭০.১৫

২১.০৫

৭১.৪৯

৪৮

কৰ্ণাটক

বেল্লাৰী

৭৫.১২

৭২.১৩

৩৩.৪৬

৭৩.৫৯

৪৯

কৰ্ণাটক

বিদাৰ

৬৫.১৯

৬৫.৭৮

১২.৬২

৬৫.৪৭

৫০

কৰ্ণাটক

বিজাপুৰ

৬৭.২৮

৬৫.৩৫

১৫.২৪

৬৬.৩২

৫১

কৰ্ণাটক

চিকোড়ী

৭৯.৬৫

৭৭.৬৬

৩৭.৫০

৭৮.৬৬

৫২

কৰ্ণাটক

দেবাংগিৰি

৭৮.৪১

৭৫.৫৮

২৬.২৮

৭৬.৯৯

৫৩

কৰ্ণাটক

ধাৰৱাড

৭৬.১৮

৭২.৫৬

২৬.০০

৭৪.৩৭

৫৪

কৰ্ণাটক

গুলবাৰ্গা

৬৩.১৩

৬১.৩৮

১০.৯৯

৬২.২৫

৫৫

কৰ্ণাটক

হাভেৰী

৭৯.১০

৭৬.০৮

২৮.৯২

৭৭.৬০

৫৬

কৰ্ণাটক

কোপ্পাল

৭২.৮২

৬৯.২১

২৯.৬৩

৭০.৯৯

৫৭

কৰ্ণাটক

ৰায়চুৰ

৬৬.১৪

৬৩.২৩

৭.৩৬

৬৪.৬৬

৫৮

কৰ্ণাটক

শ্বিমোগা

৭৮.৮৮

৭৭.৭৯

৩৭.১৪

৭৮.৩৩

৫৯

কৰ্ণাটক

উত্তৰ কানাডা

৭৬.৯৩

৭৬.১৩

৩১.২৫

৭৬.৫৩

৬০

মধ্যপ্ৰদেশ

বেটুল

৭৪.৮৭

৭২.১৩

৬১.১১

৭৩.৫৩

৬১

মধ্যপ্ৰদেশ

ভিণ্ড

৫৭.৯৯

৫১.৩৬

৩৬.১১

৫৪.৯৩

৬২

মধ্যপ্ৰদেশ

ভুপাল

৬৬.৫৯

৬১.৪০

৩০.৫১

৬৪.০৬

৬৩

মধ্যপ্ৰদেশ

গুনা

৭৫.৯৬

৬৮.৬০

৬০.৪২

৭২.৪৩

৬৪

মধ্যপ্ৰদেশ

গোৱালিয়ৰ

৬৪.৬১

৫৯.৩৬

৩২.৮১

৬২.১৩

৬৫

মধ্যপ্ৰদেশ

মোৰেনা

৬১.৬৮

৫৫.৮৬

৩৯.১৩

৫৮.৯৭

৬৬

মধ্যপ্ৰদেশ

ৰাজগড়

৮০.০৪

৭১.৮২

৫৯.০৯

৭৬.০৪

৬৭

মধ্যপ্ৰদেশ

সাগৰ

৭০.৪৪

৬০.৫৯

৪৬.৩৪

৬৫.৭৫

৬৮

মধ্যপ্ৰদেশ

বিদিশা

৭৭.৯৩

৭০.৭৮

৬৫.৯১

৭৪.৪৮

৬৯

মহাৰাষ্ট্ৰ

বাৰামতী

৬২.৩৫

৫৬.৩৬

১৬.৩৮

৫৯.৫০

 

৭০

মহাৰাষ্ট্ৰ

হাটকানানগালে

৭৩.২৯

৬৮.৮৩

৩১.৫৮

৭১.১১

৭১

মহাৰাষ্ট্ৰ

কোলহাপুৰ

৭৩.৬০

৬৯.৫১

৪২.৮৬

৭১.৫৯

৭২

মহাৰাষ্ট্ৰ

লাটুৰ

৬৪.১৯

৬০.৮২

৪০.৯৮

৬২.৫৯

৭৩

মহাৰাষ্ট্ৰ

মাধা

৬৬.৬৩

৬০.৪২

৪২.৮৬

৬৩.৬৫

৭৪

মহাৰাষ্ট্ৰ

ওছমানাবাদ

৬৫.৬৩

৬১.৯২

২৪.৬৯

৬৩.৮৮

৭৫

মহাৰাষ্ট্ৰ

ৰাইগড়

৬০.৯৭

৬০.০৭

০.০০

৬০.৫১

৭৬

মহাৰাষ্ট্ৰ

ৰত্নাগিৰি-সিন্ধদুৰ্গ

৬৪.২২

৬০.৮৮

৮.৩৩

৬২.৫২

৭৭

মহাৰাষ্ট্ৰ

ছাংগলি

৬৫.২৭

৫৯.১৫

২৫.৮১

৬২.২৭

৭৮

মহাৰাষ্ট্ৰ

সতাৰা

৬৪.৯৮

৬১.২৮

২৮.৯৫

৬৩.১৬

৭৯

মহাৰাষ্ট্ৰ

সোলাপুৰ

৬১.৯৩

৫৬.৩০

২৮.১৪

৫৯.১৯

৮০

উত্তৰপ্ৰদেশ

আগ্ৰা

৫৬.৪৬

৫১.২৯

৯.৫২

৫৪.০৮

৮১

উত্তৰপ্ৰদেশ

আওনলা

৫৮.৭২

৫৫.৯৭

১৯.১৫

৫৭.৪৪

৮২

উত্তৰপ্ৰদেশ

বাদৌন

৫৫.৩৫

৫৩.২০

১৭.৮৬

৫৪.৩৫

৮৩

উত্তৰপ্ৰদেশ

বেৰেলী

৫৯.৪১

৫৬.৪৫

১৯.৭৪

৫৮.০৩

৮৪

উত্তৰপ্ৰদেশ

ইটাহ

৫৯.৫৪

৫৯.০৫

১৪.২৯

৫৯.৩১

৮৫

উত্তৰপ্ৰদেশ

ফটেহপুৰ ছিক্ৰী

৫৯.০৫

৫৫.০১

৭.৮৪

৫৭.১৯

৮৬

উত্তৰপ্ৰদেশ

ফিৰোজাবাদ

৬০.৩০

৫৬.৫০

১২.৯০

৫৮.৫৩

৮৭

উত্তৰপ্ৰদেশ

হথৰাছ

৫৬.৪২

৫৪.৮৯

২০.৮৩

৫৫.৭১

৮৮

উত্তৰপ্ৰদেশ

মইনপুৰী

৬০.২৪

৫৬.৯৮

৩৫.৯০

৫৮.৭৩

৮৯

উত্তৰপ্ৰদেশ

সম্বল

৬৪.০৪

৬১.৬৩

১৫.৮৩

৬২.৯১

৯০

পশ্চিমবংগ

জাংজিপুৰ

৬৮.৯১

৮২.৭৫

১৭.৩৯

৭৫.৭২

৯১

পশ্চিমবংগ

মালদহ দক্ষিণ

৭১.৩৩

৮২.১৫

১৮.৭৫

৭৬.৬৯

৯২

পশ্চিমবংগ

মালদহ উত্তৰ

৭১.২২

৮১.০১

১০.৯১

৭৬.০৩

৯৩

পশ্চিমবংগ

মুৰ্চিদাবাদ

৭৭.১৪

৮৬.০৭

২৮.৫৭

৮১.৫২

 

সমগ্ৰ ৯৩ সংসদীয় সমষ্টি

 

৬৬.৮৯

৬৪.৪১

২৫.২০

৬৫.৬৮

 

তালিকা-

 

চতুৰ্থ পৰ্যায়: সংসদীয় সমষ্টিভিত্তিক ভোটাদৰৰ সংখ্যা

ৰাজ্যৰ নাম

সংসদীয় সমষ্টিৰ নাম

ভোটাৰ*

অন্ধ্ৰপ্ৰদেশ

অমলাপুৰ(এছচি)

১৫৩১৪১০

অন্ধ্ৰপ্ৰদেশ

অনাকাপাল্লে

১৫৯৬৯১৬

অন্ধ্ৰপ্ৰদেশ

অনন্থপুৰ

১৭৬৭৫৯১

অন্ধ্ৰপ্ৰদেশ

আৰাকু(এছটি)

১৫৫৪৬৩৩

অন্ধ্ৰপ্ৰদেশ

বাপাটলা(এছচি)

১৫০৬৩৫৪

অন্ধ্ৰপ্ৰদেশ

চিট্টোৰ (এছচি)

১৬৪০২০২

অন্ধ্ৰপ্ৰদেশ

ইলুৰু

১৬৩৭৪৩০

অন্ধ্ৰপ্ৰদেশ

গুণ্টুৰ

১৭৯১৫৪৩

অন্ধ্ৰপ্ৰদেশ

হিন্দুপুৰ

১৬৫৬৭৭৫

অন্ধ্ৰপ্ৰদেশ

কাড়াপা

১৬৩৯০৬৬

অন্ধ্ৰপ্ৰদেশ

কাকিনাড়া

১৬৩৪১২২

অন্ধ্ৰপ্ৰদেশ

কুৰনোলু

১৭২২৮৫৭

অন্ধ্ৰপ্ৰদেশ

মচিলিপট্ৰনম

১৫৩৯৪৬০

অন্ধ্ৰপ্ৰদেশ

নন্দিয়াল

১৭২১০১৩

অন্ধ্ৰপ্ৰদেশ

নাৰছাপুৰম

১৪৭২৯২৩

অন্ধ্ৰপ্ৰদেশ

নাৰছাৰাওপেট

১৭৩৪৮৫৮

অন্ধ্ৰপ্ৰদেশ

নেলোৰ

১৭১২২৭৪

অন্ধ্ৰপ্ৰদেশ

অংগোল

১৬০৭৮৩২

অন্ধ্ৰপ্ৰদেশ

ৰাজহমুণ্ডী

১৬২৩১৪৯

অন্ধ্ৰপ্ৰদেশ

ৰাজামপেট

১৬৬৫৭০২

অন্ধ্ৰপ্ৰদেশ

শ্ৰীকাকুলাম

১৬৩১১৭৪

অন্ধ্ৰপ্ৰদেশ

তিৰুপটি (এছচি)

১৭২৯৮৩২

অন্ধ্ৰপ্ৰদেশ

বিজয়ৱাড়া

১৭০৪০৭৭

অন্ধ্ৰপ্ৰদেশ

বিশাখাপট্টনম

১৯২৭৩০৩

অন্ধ্ৰপ্ৰদেশ

বিজয়াংগৰম

১৫৮৫২০৬

বিহাৰ

বেগুচৰাই

২১৯৬০৮৯

বিহাৰ

দাৰভাংগা

১৭৮১৩৫৬

বিহাৰ

মুংগেৰ

২০৪২২৭৯

বিহাৰ

সমষ্টিপুৰ

১৮১৮৫৩০

বিহাৰ

উজিয়াৰপুৰ

১৭৪৫৪০৮

জম্মু আৰু শ্ৰীনগৰ

শ্ৰীনগৰ

১৭৪৭৮১০

ঝাৰখণ্ড

খুণ্টি

১৩২৬১৩৮

ঝাৰখণ্ড

লোহাৰডাগা

১৪৪১৩০২

ঝাৰখণ্ড

পালামৌ

২২৪৩০৩৪

ঝাৰখণ্ড

সিভুম

১৪৪৭৫৬২

মধ্যপ্ৰদেশ

দেৱাছ

১৯৪০৪৭২

মধ্যপ্ৰদেশ

ধৰ

১৯৫৩৮৩৪

মধ্যপ্ৰদেশ

ইন্দোৰ

২৫২৬৮০৩

মধ্যপ্ৰদেশ

খাণ্ডৱা

২১১২২০৩

মধ্যপ্ৰদেশ

খাৰগোন

২০৪৬০৩০

মধ্যপ্ৰদেশ

মণ্ডচৌৰ

১৮৯৮০৬০

 

মধ্যপ্ৰদেশ

ৰটলাম

২০৯৪৫৪৮

মধ্যপ্ৰদেশ

উজ্জয়িনী

১৭৯৮৭০৪

মহাৰাষ্ট্ৰ

আহমেদনগৰ

১৯৮১৮৬৬

মহাৰাষ্ট্ৰ

ঔৰংগবাদ

২০৫৯৭১০

মহাৰাষ্ট্ৰ

বীদ

২১৪২৫৪৭

মহাৰাষ্ট্ৰ

জলগাঁও

১৯৯৪০৪৬

মহাৰাষ্ট্ৰ

জালনা

১৯৬৭৫৭৪

মহাৰাষ্ট্ৰ

মাভাল

২৫৮৫০১৮

মহাৰাষ্ট্ৰ

নন্দুৰবাৰ

১৯৭০৩২৭

মহাৰাষ্ট্ৰ

পুনে

২০৬১২৭৬

মহাৰাষ্ট্ৰ

ৰাভেৰ

১৮২১৭৫০

মহাৰাষ্ট্ৰ

শিৰ্দি

১৬৭৭৩৩৫

মহাৰাষ্ট্ৰ

শিৰুৰ

২৫৩৯৭০২

ওড়িশা

বাৰহামপুৰ

১৫৯১৩৮০

ওড়িশা

কালাহাণ্ডি

১৭০০৭৮০

ওড়িশা

কৰাপুট

১৪৮০৯২২

ওড়িশা

নৱৰংগপুৰ

১৫১৪১৪০

তেলেংগানা

আদিলাবাদ

১৬৫০১৭৫

তেলেংগানা

ভংগীৰ

১৮০৮৫৮৫

তেলেংগানা

চেভেল্লা

২৯৩৮৩৭০

তেলেংগানা

হায়দৰাবাদ

২২১৭০৯৪

তেলেংগানা

কৰিমনগৰ

১৭৯৭১৫০

তেলেংগানা

খামাম

১৬৩১০৩৯

তেলেংগানা

মহাবুবাবাদ

১৫৩২৩৬৬

তেলেংগানা

মেহবুবনগৰ

১৬৮২৪৭০

তেলেংগানা

মলকাজগিৰি

৩৭৭৯৫৯৬

তেলেংগানা

মেডক

১৮২৮২১০

তেলেংগানা

নগৰকুৰনুল

১৭৩৮২৫৪

তেলেংগানা

নলগোণ্ডা

১৭২৫৪৬৫

তেলেংগানা

নিজামাবাদ

১৭০৪৮৬৭

তেলেংগানা

পেড়াপালে

১৫৯৬৪৩০

তেলেংগানা

ছেকেণ্ডৰাবাদ

২১২০৪০১

তেলেংগানা

ৱাৰংগল

১৮২৪৪৬৬

তেলেংগানা

জাহিৰাবাদ

১৬৪১৪১০

উত্তৰপ্ৰদেশ

আকবৰপুৰ

১৮৬৯১৬৭

উত্তৰপ্ৰদেশ

বাহৰেইচ

১৮৩৮৬৮৪

উত্তৰপ্ৰদেশ

ঢৌৰাহৰা

১৭১৯৩৪৫

উত্তৰপ্ৰদেশ

ইটাৱাহ

১৮২৮৪৯৮

উত্তৰপ্ৰদেশ

ফাৰুখাবাদ

১৭৪৭১৮২

উত্তৰপ্ৰদেশ

হাৰ্দৈ

১৯১০৪৮৫

উত্তৰপ্ৰদেশ

কণৌজ

১৯৮৮৯২৫

উত্তৰপ্ৰদেশ

কানপুৰ

১৬৬২৮৫৯

উত্তৰপ্ৰদেশ

খেৰি

১৮৭০১৭০

উত্তৰপ্ৰদেশ

মিছৰিখ

১৮৭৮১৯৫

উত্তৰপ্ৰদেশ

চাহজহানপুৰ

২৩৩১৮৩৪

 

উত্তৰপ্ৰদেশ

সীতাপুৰ

১৭৫৯৯৪৩

উত্তৰপ্ৰদেশ

উন্নাও

২৩৪১৭৪০

পশ্চিমবংগ

আছানচল

১৭৭০২৮১

পশ্চিমবংগ

বাহাৰামপুৰ

১৭৮৩০৭৮

পশ্চিমবংগ

বৰ্ধমান পূৰ্ব

১৮০১৩৩৩

পশ্চিমবংগ

বীৰভূম

১৮৫৭০২২

পশ্চিমবংগ

বোলপুৰ

১৮৩৯২৩৪

পশ্চিমবংগ

বৰ্ধৱান-দুৰ্গাপুৰ

১৮৫১৭৮০

পশ্চিমবংগ

কৃষ্ণনগৰ

১৭৫৫৬৩১

পশ্চিমবংগ

ৰানাঘাট

১৮৭১৬৫৮

 

* ভোটাৰ সংখ্যাত সেৱা ভোটাৰ গণনা অন্তৰ্ভুক্ত কৰা হোৱা নাই৷

***************

DK/RP/DB



(Release ID: 2020553) Visitor Counter : 32