প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পণ্ডিত দীনদয়াল উপাধ্যায়ৰ পুণ্য তিথিত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
পোষ্ট কৰা হৈছে:
11 FEB 2024 11:59AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে পণ্ডিত দীনদয়াল উপাধ্যায়ে সংস্কৃতি আৰু ঐতিহ্যক কেন্দ্ৰ কৰি জাতিটোক আগুৱাই নিয়াৰ পথ দেখুৱাইছিল, যিটো বিকশিত ভাৰত গঢ়িবৰ বাবেও এক প্ৰেৰণা।
এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়; ‘পণ্ডিত দীনদয়াল উপাধ্যায় জীক তেখেতৰ মৃত্যু বাৰ্ষিকীত সমগ্ৰ দেশৰ পৰিয়ালৰ সদস্যৰ হৈ শতকোটি প্ৰণাম। তেওঁ ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যক কেন্দ্ৰ কৰি দেশখনক আগুৱাই নিয়াৰ পথ দেখুৱাইছিল, যিটো বিকশিত ভাৰত গঢ়াৰ প্ৰেৰণাৰ স্ৰোত হৈ পৰিছে।
***
DS/ST
(ৰিলিজ আই ডি : 2005143)
অতিথি কক্ষ : 135
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam