প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আমাৰ চৰকাৰ মহিলাসকলৰ সন্মান আৰু সৱলীকৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
03 APR 2023 9:56AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁ চৰকাৰ মহিলাসকলৰ সন্মান আৰু সৱলীকৰণৰ বাবে দায়বদ্ধ। শ্ৰী মোদীয়ে লগতে কয় যে ইণ্ডিয়া পোষ্টে মুকলি কৰা “মহিলা সন্মান বচত পত্ৰ” ইয়াৰ উত্তম উদাহৰণ।
বিত্ত মন্ত্ৰালয়ে মহিলা সন্মান সঞ্চয়ৰ প্ৰমাণ পত্ৰ, ২০২৩ৰ বাবে গেজেট অধিসূচনা জাৰি কৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ১.৫৯ লাখ ডাকঘৰত উপলব্ধ কৰা হৈছে। ‘আজাদী কা অমৃত মহোৎসৱ’ৰ স্মৃতিত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ২০২৩-২৪ চনৰ বাজেটত ঘোষণা কৰা এই আঁচনিখন ছোৱালীকে ধৰি মহিলাসকলৰ আৰ্থিক অন্তৰ্ভুক্তি আৰু সবলীকৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ।
ইণ্ডিয়া পোষ্টৰ টুইট থ্ৰেডৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
‘আমাৰ চৰকাৰ মহিলাক সন্মান আৰু সৱলীকৰণৰ প্ৰতি দায়বদ্ধ আৰু “মহিলা সন্মান বচত পত্ৰ” ইয়াৰ সৰ্বোত্তম উদাহৰণ।
https://pib.gov.in/PressReleasePage.aspx?PRID=1912742”
*****
DS/ST/MS
(रिलीज़ आईडी: 1914296)
आगंतुक पटल : 176
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam