প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মকৰ সংক্ৰান্তি উপলক্ষে জনসাধাৰণক ওলগ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 15 JAN 2023 9:10AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মকৰ সংক্ৰান্তি উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"মকৰ সংক্ৰান্তি উপলক্ষে মংগল কামনা কৰিছো।"

***

DS/SH/SB


(ৰিলিজ আই ডি : 1894424) অতিথি কক্ষ : 147