উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ-পূব পৰিষদৰ অধীনত আঁচনিসমূহ
Posted On:
15 DEC 2022 6:19PM by PIB Guwahati
যোৱা তিনি (৩) বছৰত এনইচি আৰু এনইআৰএছডিএছআঁচনিৰ অধীনত বিতৰণ কৰা ৰাজ্য-অনুসৰি পুঁজি পৰিশিষ্ট - ১-ত দিয়া হৈছে।
যোৱা তিনি (৩) বছৰত সামাজিক-সাংস্কৃতিক কাৰ্যকলাপৰ প্ৰচাৰৰ বাবে তেওঁলোকক প্ৰদান কৰা বেচৰকাৰী সংগঠন আৰু বিত্তীয় সাহায্যৰ তালিকা পৰিশিষ্ট-২-ত দিয়া হৈছে।
এনইচি আৰম্ভ হোৱাৰ পৰা 'এনইচিৰ আঁচনি' আৰু 'এনইআৰএছডিএছ'ৰ অধীনত মুঠ ১১,৩৭৮.৮৮ কিলোমিটাৰ পথ নিৰ্মাণ/উন্নীত/পুনৰ্বাসন কৰা হৈছে। ৰাজ্য-অনুসৰি বিৱৰণ পৰিশিষ্ট-৩-ত দিয়া হৈছে।
পৰিশিষ্ট-১
যোৱা তিনি (৩) বছৰধৰি এনইচি আৰু এনইআৰএছডিএছআঁচনিৰ অধীনত এনইচিয়ে বিতৰণ কৰা ৰাজ্য-অনুসৰি পুঁজিৰ বিৱৰণ টকা. (কোটি হিচাপত)
ৰাজ্য
|
২০১৯-২০
|
২০২০-২১
|
২০২১-২২
|
অৰুণাচল প্ৰদেশ
|
৫১.২৬
|
১৯.৩৫
|
৯৪
|
অসম
|
১৪.৫৪
|
১৬.৮৯
|
৬৬.১৯
|
মণিপুৰ
|
৪৫.১৩
|
২২.১
|
৯৭.৪১
|
মেঘালয়
|
৫৪.১৮
|
১৫.৭৬
|
২০৬.৪২
|
মিজোৰাম
|
৫২.৮২
|
৫৭.৪
|
৯৭.৮২
|
নাগালেণ্ড
|
৩৬.৯১
|
৩৫.৬৩
|
২৩৯.৭৪
|
ছিক্কিম
|
৩৩.০২
|
৫.৮৫
|
৭১.৭৩
|
ত্ৰিপুৰা
|
১৭.১৪
|
১৪.০৩
|
১৮৪.৯৩
|
অন্যান্য সংস্থাসমূহ
|
৯৩৮.২৮
|
৬৬৫.৫১
|
৭৫.০৩
|
মুঠ
|
১২৪৩.২৮
|
৮৫২৫২
|
১১৩৩.২৭
|
পৰিশিষ্ট-২
যোৱা তিনি (০৩) বছৰত সামাজিক-সাংস্কৃতিক কাৰ্যকলাপৰ প্ৰচাৰৰ বাবে তেওঁলোকক প্ৰদান কৰা বেচৰকাৰী সংগঠনআৰু বিত্তীয় সাহায্যৰ তালিকা
ক্ৰমিক নং
|
এনজিঅ’ৰ নাম
|
ৰাজ্য
|
প্ৰদান কৰা বিত্তীয় সাহায্য (লাখ টকাত)
|
১
|
আয়াং মিউজিক ছ’চাইটি
|
অসম
|
১০
|
২
|
জীৱন ইনিচিয়েটিভ
|
অসম
|
১০
|
৩
|
ৰংগলং ইউথ এচ’ছিয়েচন
|
মণিপুৰ
|
৮
|
৪
|
অংকন, অসম
|
অসম
|
১২৯.২৫
|
৫
|
মণিপুৰ ৰাইটাৰ্ছ ফ’ৰাম
|
মণিপুৰ
|
৪.৮
|
৬
|
দেৱধৰা
|
দিল্লী
|
৬.৪
|
৭
|
নৰ্থ ইষ্ট খ্ৰীষ্টিয়ান ইউনিভাৰ্চিটী
|
নাগালেণ্ড
|
৬.৪
|
৮
|
মাই হোম ইণ্ডিয়া
|
দিল্লী
|
৮
|
৯
|
দৰবাৰশ্বং নংগ্ৰিম হিলচ্, শ্বিলং
|
মেঘালয়
|
১.৫
|
১০
|
কেংগলেই মাই ৰিপাৰ্টৰী
|
মণিপুৰ
|
৭.৫
|
১১
|
দিব্য জীৱন ফাউণ্ডেচন
|
মেঘালয়
|
১০
|
মুঠ
|
|
|
২০১.৮৫
|
পৰিশিষ্ট-৩
আৰম্ভণিৰ পৰাএনইচি আৰু এনইআৰএছডিএছ আঁচনিৰ অধীনত নিৰ্মাণ/উন্নীত/পুনৰ্বাসিত পথৰ দৈৰ্ঘ্য
ক্ৰমিক নং
|
ৰাজ্য
|
পথ (কিলোমিটাৰত)
|
১
|
অৰুণাচল প্ৰদেশ
|
১৯০৬.৪২
|
২
|
অসম
|
২৩৭০.৩২
|
৩
|
মণিপুৰ
|
১২৮০.৭৭
|
৪
|
মেঘালয়
|
১২৯০.০৫
|
৫
|
মিজোৰাম
|
১৭০৫.১১
|
৬
|
নাগালেণ্ড
|
১৮০৬.৪৫
|
৭
|
ছিক্কিম
|
৮২৭.৪৫
|
৮
|
ত্ৰিপুৰা
|
১৯২.৩১
|
মুঠ
|
|
১১৩৭৮.৯
|
উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীয়ে আজি ৰাজ্যসভাত এক লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে।
***
MG/DP/MPW/RK/MANN
(Release ID: 1884469)