বিত্ত মন্ত্ৰালয়

সীমা শুল্ক বিভাগৰ(এন. টি.) বিনিময় হাৰ সম্পৰ্কীয় ১১৩/২০২০ সংখ্যক অধিসূচনা

Posted On: 17 DEC 2020 4:38PM by PIB Guwahati

১৯৬২চনৰ সীমা শুল্ক আইন-ৰ ১৪ নং দফাই প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি আৰু অধিক্ৰমণৰ পূৰ্বে সম্পাদিত অথবা আঁতৰাই পেলোৱা বিষয়সমূহৰ বাহিৰে যোৱা ৩ ডিচেম্বৰ, ২০২০ত জাৰি কৰা ১১০/২০২০-সীমা শুল্ক(এন. টি.) নং অধিসূচনাক অধিক্ৰমণ কৰি কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু সীমা শুল্ক বোৰ্ডয়ে ইয়াৰ জৰিয়তে তালিকা-১ আৰু তালিকা-২ৰ স্তম্ভ-২ত উল্লেখ কৰা প্ৰত্যেকটো বিদেশী মুদ্ৰাৰ ভাৰতীয় মুদ্ৰালৈ বিনিময় হাৰ আৰু ইয়াৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ বিদেশী মুদ্ৰালৈ বিনিময় হাৰ ন-কৈ নিৰ্দ্ধাৰণ কৰি উল্লেখিত দফা, আমদানী আৰু ৰপ্টানী সা-সামগ্ৰী সম্পৰ্কীয় প্ৰক্ৰিয়াসমূহৰ ক্ষেত্ৰত অহা ১৮ ডিচেম্বৰ ২০২০ৰ পৰা বলবত্ কৰাৰ বাবে স্তম্ভ-৩ত উল্লেখ কৰাৰ দিহা কৰিছে।

তালিকা-১

ক্ৰমিক

নং.

বিদেশী মুদ্ৰা

একোটা বিদেশী মুদ্ৰাৰ বিপৰীতে ভাৰতীয় টকাৰ সম পৰিমাণৰ বিনিময় হাৰ 

  1.  

(2)

(3)

 

 

()

()

 

 

(আমদানীকৃত সামগ্ৰীৰ বাবে)

(ৰপ্টানীকৃত সামগ্ৰীৰ বাবে)

1.

অষ্ট্ৰেলীয় ডলাৰ

57.05

54.70

2.

বাহৰেইনৰ ডিনাৰ

201.70

188.95

3.

কানাডাৰ ডলাৰ

58.90

56.80

4.

চীনা য়েন

11.45

11.10

5.

ডানিছ ক্ৰোনাৰ

12.30

11.85

6.

ইউৰো

91.50

88.25

7.

হং কং ডলাৰ

9.65

9.30

8.

কুৱেইটৰ ডিনাৰ

249.60

233.70

9.

নিউজীলেণ্ডৰ ডলাৰ

53.85

51.50

10.

নৰৱেৰ ক্ৰনাৰ

8.65

8.35

11.

পাউণ্ড ষ্টাৰ্লিং

101.25

97.85

12.

কাটাৰৰ ৰিয়াল

20.85

19.60

13.

ছৌদী আৰবৰ ৰিয়াল

20.25

19.00

14.

ছিংগাপোৰৰ ডলাৰ

56.40

54.50

15.

দক্ষিণ আফ্ৰিকাৰ ৰেণ্ড

5.15

4.80

16.

ছুইডেনৰ ক্ৰনাৰ

9.00

8.65

17.

ছুইজাৰলেণ্ডৰ ফ্ৰেংক

84.90

81.45

18.

টুৰ্কিস্তানৰ লিৰা

9.75

9.15

19.

ইউএই-ৰ ডিৰহাম

20.70

19.40

20.

মাৰ্কিন ডলাৰ

74.45

72.75

 

তালিকা-২

 

ক্ৰমিক

নং.

বিদেশী মুদ্ৰা

১০০টা বিদেশী মুদ্ৰাৰ বিপৰীতে ভাৰতীয় টকাৰ সম পৰিমাণৰ বিনিময় হাৰ

  1.  

(2)

(3)

 

 

()

()

 

 

(আমদানীকৃত সামগ্ৰীৰ বাবে)

(ৰপ্টানীকৃত সামগ্ৰীৰ বাবে)

1.

জাপানী য়েন

72.55

69.85

2.

কোৰিয়াৰ য়েন

6.95

6.55

 

****

RM/KMN/KB



(Release ID: 1681651) Visitor Counter : 168