বিত্ত মন্ত্ৰালয়

ভাৰত চৰকাৰৰ ৰাজকোষৰ বিলৰ নিলামৰ কেলেণ্ডাৰ (ডিচেম্বৰ, ২০২০ত সমাপ্ত হ'বলগীয়া তিনি চতুৰ্থাংশ বছৰৰ বাবে)

Posted On: 30 SEP 2020 6:44PM by PIB Guwahati

কেন্দ্ৰীয় চৰকাৰৰ নগদ স্থিতিৰ সমীক্ষা কৰাৰ পিছত, ভাৰত চৰকাৰে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰামৰ্শ অনুসৰি, ডিচেম্বৰ, ২০২০ত সমাপ্ত হ'ব লগীয়া বছৰৰ এক চতুৰ্থাংশৰ বাবে ৰাজকোষীয় বিল জাৰি কৰিবৰ বাবে ধনৰাশিক এনেদৰে অধিসূচিত কৰাৰ সিদ্ধান্ত লয়ঃ

 

 

ৰাজকোষীয় বিলৰ নিলামৰ বাবে অধিসূচিত ধনৰাশি

(০১ অক্টোবৰ, ২০২০ৰ পৰা ৩১ ডিচেম্বৰ, ২০২০)

(কোটি ত)

নিলামৰ তাৰিখ

জাৰি কৰাৰ তাৰিখ

৯১ দিন

১৮২ দিন

৩৬৪ দিন

মুঠ

০৭ অক্টোবৰ, ২০২০

০৮ অক্টোবৰ, ২০২০

৯,০০০

৩,০০০

৪,০০০

১৬,০০০

১৪ অক্টোবৰ, ২০২০

১৫ অক্টোবৰ, ২০২০

৯,০০০

৩,০০০

৪,০০০

১৬,০০০

২১ অক্টোবৰ, ২০২০

২২ অক্টোবৰ, ২০২০

৯,০০০

৩,০০০

৪,০০০

১৬,০০০

২৮ অক্টোবৰ, ২০২০

২৯ অক্টোবৰ, ২০২০

৯,০০০

৩,০০০

৪,০০০

১৬,০০০

০৪ নবেম্বৰ, ২০২০

০৫ নবেম্বৰ, ২০২০

৯,০০০

৩,০০০

৪,০০০

১৬,০০০

১১ নবেম্বৰ, ২০২০

১২ নবেম্বৰ, ২০২০

৯,০০০

৩,০০০

৪,০০০

১৬,০০০

১৮ নবেম্বৰ, ২০২০

১৯ নবেম্বৰ, ২০২০

৯,০০০

৩,০০০

৪,০০০

১৬,০০০

২৫ নবেম্বৰ, ২০২০

২৬ নবেম্বৰ, ২০২০

৯,০০০

৩,০০০

৪,০০০

১৬,০০০

০২ ডিচেম্বৰ, ২০২০

০৩ ডিচেম্বৰ, ২০২০

৯,০০০

৩,০০০

৪,০০০

১৬,০০০

০৯ ডিচেম্বৰ, ২০২০

১০ ডিচেম্বৰ, ২০২০

৯,০০০

৩,০০০

৪,০০০

১৬,০০০

১৬ ডিচেম্বৰ, ২০২০

১৭ ডিচেম্বৰ, ২০২০

৯,০০০

৩,০০০

৪,০০০

১৬,০০০

২৩ ডিচেম্বৰ, ২০২০

২৪ ডিচেম্বৰ, ২০২০

৯,০০০

৩,০০০

৪,০০০

১৬,০০০

৩০ ডিচেম্বৰ, ২০২০

৩১ ডিচেম্বৰ, ২০২০

৯,০০০

৩,০০০

৪,০০০

১৬,০০০

মুঠ

১১৭,০০০

৩৯,০০০

৫২,০০০

২০৮,০০০

 

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰামৰ্শ অনুসৰি, ভাৰত চৰকাৰৰ আৱশ্যকতাৰ আধাৰত, ট্ৰেজাৰী বিলৰ নিলামৰ বাবে অধিসূচিত ধনৰাশি আৰু সময় সংশোধিত কৰিবৰ বাবে স্থিতিস্থাপক হ'ব, বজাৰৰ স্থিতি আৰু অন্য প্ৰাসংগিক কাৰকৰ প্ৰতি লক্ষ্য ৰাখি ট্ৰেজাৰী বিলৰ নিলামৰ বাবে অধিসূচিত ধনৰাশি আৰু সময়ক সংশোধিত কৰাৰ অধিকাৰ থাকিব। এইদৰে এই কেলেণ্ডাৰত পৰিৱৰ্তন কৰিব পৰা যাব যিদৰে চুটীৰ ফলত যদিহে এনে কোনো পৰিস্থিতিৰ উদ্ভৱ হয়। যদি এনেকুৱা কোনো পৰিৱৰ্তন কৰা হয় তেতিয়া নিয়মীয়া প্ৰেছ বিজ্ঞপ্তিৰ মাধ্যমত অৱগত কৰা হ'ব।

 

ট্ৰেজাৰী বিলৰ নিলাম ভাৰত চৰকাৰৰ দ্বাৰা ২৭ মাৰ্চ, ২০১৮ত জাৰি সাধাৰণ অধিসূচনা সংখ্যা F.4(2)-W&M/২০১৮ত নিৰ্দিষ্ট নিয়মাৱলী আৰু চৰ্তাৱলী আৰু সময়ে সময়ে কৰা সংশোধনৰ অধীন হ'ব।

 

 

******

RM/KMN


(Release ID: 1660490)
Read this release in: English , Hindi , Manipuri , Telugu