বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

জুলাই, ২০২০ৰ বাবে আঠটা মূল উদ্যোগৰ সূচকাংক (বেছঃ ২০১১-১২= ১০০)

Posted On: 31 AUG 2020 5:00PM by PIB Guwahati

উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্যৰ বাবে প্ৰোৎসাহন বিভাগৰ অৰ্থনৈতিক উপদেষ্টাৰ কাৰ্যালয়ে জুলাই, ২০২০ ৰ বাবে আঠটা মূল উদ্যোগৰ সূচকাংক মুকলি কৰিছে।

২। জুলাই, ২০২০ত আঠটা মূল উদ্যোগৰ সংযুক্ত সূচকাংক হয় ১১৯.৯ যি জুলাই, ২০১৯ৰ সূচকাংকৰ তুলনাত ৯.৬ (প্ৰভিশ্যনেল) শতাংশ অৱনমিত হয়। এপ্ৰিলৰপৰা জুলাইলৈ, ২০২০-২১ ত ইয়াৰ মুঠ বিকাশ হয় -২০.৫%।

৩। এপ্ৰিল, ২০২০ ৰ বাবে আঠটা মূল উদ্যোগৰ সূচকাংকৰ চূড়ান্ত বিকাশৰ হাৰ পৰিৱৰ্তিত -৩৭.৯%। ইনডেক্স অৱ ইণ্ডাষ্ট্ৰীয়েল প্ৰডাকশ্যন (IIP)ত অন্তৰ্ভুক্ত হোৱা এই আঠটা মূল উদ্যোগৰ ৱেইট অৱ আইটেম হয় ৪০.২৭ শতাংশ। পৰিশিষ্টত বছৰেকীয়া/মাহেকীয়া সূচকাংক আৰু বিকাশৰ হাৰৰ সৱিশেষ আগবঢ়োৱা হৈছে।

৪। আঠটা মূল উদ্যোগৰ সূচকাংকৰ মাহিলী বিকাশৰ হাৰ (সামগ্ৰিক) লেখচিত্ৰত বৰ্ণনা কৰা হৈছেঃ

৫। আঠটা মূল উদ্যোগৰ সূচকাংকৰ সাৰাংশ তলত উল্লেখ কৰা হৈছেঃ

কয়লা- জুলাই, ২০১৯ ৰ তুলনাত জুলাই, ২০২০ ত কয়লা উৎপাদন (ৱেইটঃ ১০.৩৩ শতাংশ) ৫.৭ শতাংশ হ্ৰাস পাইছে। পূৰ্ববৰ্তী বছৰৰ একে সময়ৰ তুলনাত এপ্ৰিলৰপৰা জুলাইলৈ, ২০২০-২১ত ইয়াৰ মুঠ সূচকাংক ১২.৯ শতাংশ হ্ৰাস পাইছে।

খাৰুৱা তেল - জুলাই, ২০১৯ ৰ তুলনাত জুলাই, ২০২০ ত খাৰুৱা তেলৰ উৎপাদন (ৱেইটঃ ৮.৯৮ শতাংশ) ৪.৯ শতাংশ হ্ৰাস পাইছে। পূৰ্ববৰ্তী বছৰৰ একে সময়ৰ তুলনাত এপ্ৰিলৰপৰা জুলাইলৈ, ২০২০-২১ত ইয়াৰ মুঠ সূচকাংক ৬.১ শতাংশ হ্ৰাস পাইছে।

প্ৰাকৃতিক গেছ - জুলাই, ২০১৯ ৰ তুলনাত জুলাই, ২০২০ ত প্ৰাকৃতিক গেছৰ উৎপাদন (ৱেইটঃ ৬.৮৮ শতাংশ) ১০.২ শতাংশ হ্ৰাস পাইছে। পূৰ্ববৰ্তী বছৰৰ একে সময়ৰ তুলনাত এপ্ৰিলৰপৰা জুলাইলৈ, ২০২০-২১ত ইয়াৰ মুঠ সূচকাংক ১৪.৭ শতাংশ হ্ৰাস পাইছে।

ৰিফাইনেৰী প্ৰডাক্ট - জুলাই, ২০১৯ ৰ তুলনাত জুলাই, ২০২০ ত পেট্ৰ’লিয়াম ৰিফাইনেৰী উৎপাদন (ৱেইটঃ ২৮.০৪ শতাংশ) ১৩.৯ শতাংশ হ্ৰাস পাইছে। পূৰ্ববৰ্তী বছৰৰ একে সময়ৰ তুলনাত এপ্ৰিলৰপৰা জুলাইলৈ, ২০২০-২১ত ইয়াৰ মুঠ সূচকাংক ১৭.১ শতাংশ হ্ৰাস পাইছে।

সাৰ- জুলাই, ২০১৯ ৰ তুলনাত জুলাই, ২০২০ ত সাৰ উৎপাদন (ৱেইটঃ ২.৬৩ শতাংশ) ৬.৯ শতাংশ বৃদ্ধি পাইছে। পূৰ্ববৰ্তী বছৰৰ একে সময়ৰ তুলনাত এপ্ৰিলৰপৰা জুলাইলৈ, ২০২০-২১ত ইয়াৰ মুঠ সূচকাংক ৩.৯ শতাংশ বৃদ্ধি পাইছে।

তীখা- জুলাই, ২০১৯ ৰ তুলনাত জুলাই, ২০২০ ত তীখা উৎপাদন (ৱেইটঃ ১৭.৯২ শতাংশ) ১৬.৪ শতাংশ হ্ৰাস পাইছে। পূৰ্ববৰ্তী বছৰৰ একে সময়ৰ তুলনাত এপ্ৰিলৰপৰা জুলাইলৈ, ২০২০-২১ত ইয়াৰ মুঠ সূচকাংক ৪২.০ শতাংশ হ্ৰাস পাইছে।

চিমেন্ট- জুলাই, ২০১৯ ৰ তুলনাত জুলাই, ২০২০ ত চিমেন্ট উৎপাদন (ৱেইটঃ ৫.৩৭ শতাংশ) ১৩.৫ শতাংশ হ্ৰাস পাইছে। পূৰ্ববৰ্তী বছৰৰ একে সময়ৰ তুলনাত এপ্ৰিলৰপৰা জুলাইলৈ, ২০২০-২১ত ইয়াৰ মুঠ সূচকাংক ৩২.২ শতাংশ হ্ৰাস পাইছে।

বিদ্যুৎ - জুলাই, ২০১৯ ৰ তুলনাত জুলাই, ২০২০ ত বিদ্যুৎ উৎপাদন (ৱেইটঃ ১৯.৮৫ শতাংশ) ২.৩ শতাংশ হ্ৰাস পাইছে। পূৰ্ববৰ্তী বছৰৰ একে সময়ৰ তুলনাত এপ্ৰিলৰপৰা জুলাইলৈ, ২০২০-২১ত ইয়াৰ মুঠ সূচকাংক ১২.৪ শতাংশ হ্ৰাস পাইছে।

টোকা ১: মে’, ২০২০, জুন, ২০২০ আৰু জুলাই, ২০২০ৰ বাবে তথ্য প্ৰভিশ্যনেল।
টোকা ২: এপ্ৰিল, ২০১৪ৰ পৰা, নৱীকৰণযোগ্য উৎসৰপৰা আহৰণ কৰা বিদ্যুতৰ তথ্যও অন্তৰ্ভুক্ত কৰা হৈছে।
টোকা ৩: ওপৰত উল্লেখিত উদ্যোগ-ভিত্তিক ৱেইটে আইআইপিৰপৰা আকলিত স্ব উদ্যোগ ৱেইট সূচিত কৰে আৰু ১০০ৰ সমতুল্য আইচিআইৰ সংযুক্ত ৱেইটৰ প্ৰ’ ৰেট ভিত্তিত প্ৰকাশ কৰে।
টোকা ৪: মাৰ্চ, ২০১৯ৰপৰা, ফিনিছড ষ্টীলৰ উৎপাদনৰ সৈতে ‘ক’ল্ড ৰুলড (চিআৰ) কইল’ আইটেমৰ অধীনত হট ৰুলড পিকলড আৰু অইলড (এইচআৰপিঅ’) নামৰ এটা নতুন ষ্টীল প্ৰডাক্টকো অন্তৰ্ভুক্ত কৰা হৈছে।
টোকা ৫: ৩০ ছেপ্টেম্বৰ, ২০২০, বুধবাৰে আগষ্ট, ২০২০ৰ বাবে সূচকাংকৰ তালিকা প্ৰকাশ পাব।

Annexure

Performance of Eight Core Industries

Yearly Index & Growth Rate

Base Year: 2011-12=100

Index

Sector

Weight

2012-13

2013-14

2014-15

2015-16

2016-17

2017-18

2018-19

2019-20

Apr-July 2019-20

Apr-July 2020-21

Coal

10.3335

103.2

104.2

112.6

118.0

121.8

124.9

134.1

133.6

120.0

104.4

Crude Oil

8.9833

99.4

99.2

98.4

97.0

94.5

93.7

89.8

84.5

86.4

81.2

Natural Gas

6.8768

85.6

74.5

70.5

67.2

66.5

68.4

69.0

65.1

67.4

57.4

Refinery Products

28.0376

107.2

108.6

108.8

114.1

119.7

125.2

129.1

129.4

127.0

105.3

Fertilizers

2.6276

96.7

98.1

99.4

106.4

106.6

106.6

107.0

109.8

104.0

108.1

Steel

17.9166

107.9

115.8

121.7

120.2

133.1

140.5

147.7

152.6

157.3

91.2

Cement

5.3720

107.5

111.5

118.1

123.5

122.0

129.7

147.0

145.7

149.0

101.1

Electricity

19.8530

104.0

110.3

126.6

133.8

141.6

149.2

156.9

158.4

170.9

149.7

Overall Index

100.0000

103.8

106.5

111.7

115.1

120.5

125.7

131.2

131.6

133.3

105.9

 

 

Growth Rates (in per cent)

 

Sector

Weight

2012-13

2013-14

2014-15

2015-16

2016-17

2017-18

2018-19

2019-20

Apr-July 2019-20

Apr-July 2020-21

Coal

10.3335

3.2

1.0

8.0

4.8

3.2

2.6

7.4

-0.4

1.6

-12.9

Crude Oil

8.9833

-0.6

-0.2

-0.9

-1.4

-2.5

-0.9

-4.1

-5.9

-6.2

-6.1

Natural Gas

6.8768

-14.4

-12.9

-5.3

-4.7

-1.0

2.9

0.8

-5.6

-0.8

-14.7

Refinery Products

28.0376

7.2

1.4

0.2

4.9

4.9

4.6

3.1

0.2

-2.0

-17.1

Fertilizers

2.6276

-3.3

1.5

1.3

7.0

0.2

0.03

0.3

2.7

-0.4

3.9

Steel

17.9166

7.9

7.3

5.1

-1.3

10.7

5.6

5.1

3.4

11.4

-42.0

Cement

5.3720

7.5

3.7

5.9

4.6

-1.2

6.3

13.3

-0.9

2.6

-32.2

Electricity

19.8530

4.0

6.1

14.8

5.7

5.8

5.3

5.2

0.9

6.8

-12.4

Overall Growth

100.0000

3.8

2.6

4.9

3.0

4.8

4.3

4.4

0.4

3.2

-20.5

 

Performance of Eight Core Industries

Monthly Index & Growth Rate

Base Year: 2011-12=100

Index

Sector

Coal

Crude Oil

Natural Gas

Refinery Products

Fertilizers

Steel

Cement

Electricity

Overall Index

Weight

10.3335

8.9833

6.8768

28.0376

2.6276

17.9166

5.3720

19.8530

100.0000

Jul-19

106.4

87.2

68.1

132.9

111.7

151.7

146.5

170.5

132.6

Aug-19

94.8

86.6

67.4

131.0

112.6

150.0

127.7

165.7

128.5

Sep-19

87.3

83.4

64.3

117.5

113.9

141.2

131.3

158.7

120.7

Oct-19

109.6

86.3

66.3

134.2

115.5

149.5

137.0

145.8

127.4

Nov-19

133.6

82.4

64.4

133.0

116.7

154.9

142.4

139.9

129.2

Dec-19

152.9

83.5

65.5

130.5

120.5

165.2

159.2

150.2

135.5

Jan-20

164.7

85.0

65.3

134.4

116.5

155.4

164.1

155.6

137.4

Feb-20

171.1

75.6

58.3

128.9

107.8

152.9

160.7

153.6

134.0

Mar-20

209.7

85.0

60.1

135.3

98.3

133.2

129.8

146.9

134.0

Apr-20

103.7

80.2

53.3

94.2

85.0

26.9

22.5

125.6

81.2

May-20

109.4

82.0

57.2

102.0

113.4

92.1

117.3

150.6

106.9

Jun-20

104.3

79.6

58.1

110.6

114.6

118.8

137.8

156.2

115.6

Jul-20

100.3

83.0

61.2

114.5

119.4

126.9

126.8

166.5

119.9

 

Growth Rates (in per cent)

Sector

Coal

Crude Oil

Natural Gas

Refinery Products

Fertilizers

Steel

Cement

Electricity

Overall Growth

Weight

10.3335

8.9833

6.8768

28.0376

2.6276

17.9166

5.3720

19.8530

100.0000

Jul-19

-1.6

-4.4

-0.5

-0.9

1.5

8.1

7.7

5.2

2.6

Aug-19

-8.6

-5.4

-3.9

2.6

2.9

3.8

-5.1

-0.9

-0.2

Sep-19

-20.5

-5.4

-4.9

-6.6

5.4

-1.4

-2.0

-2.6

-5.1

Oct-19

-17.6

-5.1

-5.6

0.4

11.8

-0.5

-7.7

-12.2

-5.5

Nov-19

-3.5

-6.0

-6.4

3.1

13.6

7.0

4.3

-4.9

0.7

Dec-19

6.1

-7.4

-9.2

3.0

10.2

8.7

5.5

0.0

3.1

Jan-20

8.0

-5.3

-9.0

1.9

-0.1

1.6

5.1

3.2

2.2

Feb-20

11.3

-6.4

-9.6

7.4

2.9

2.9

7.8

11.5

6.4

Mar-20

4.0

-5.5

-15.1

-0.5

-11.9

-21.9

-25.1

-8.2

-8.6

Apr-20

-15.5

-6.4

-19.9

-24.2

-4.5

-82.8

-85.2

-22.9

-37.9

May-20

-14.0

-7.1

-16.8

-21.3

7.5

-43.1

-21.4

-14.8

-22.0

Jun-20

-15.5

-6.0

-12.0

-8.9

4.2

-25.4

-6.8

-10.0

-12.9

Jul-20

-5.7

-4.9

-10.2

-13.9

6.9

-16.4

-13.5

-2.3

-9.6

 

***

YB/ AP/SB


(Release ID: 1650270) Visitor Counter : 174