মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

ক’ভিড-১৯ ভাইৰাছৰ বিৰুদ্ধে সাৱধানতামূলক পদক্ষেপ হিচাপে চিবিএছইৰ চলিত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ পুনৰ সূচীতকৰণৰ সিদ্ধান্ত

পোষ্ট কৰা হৈছে: 18 MAR 2020 10:54PM by PIB Guwahati

মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ পৰা পোৱা নিৰ্দেশনাৰ ভিত্তিত ক’ভিড-১৯ ভাইৰাছৰ বিৰুদ্ধে সাৱধানতামূলক পদক্ষেপ হিচাপে চিবিএছইয়ে চলিত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ পুনৰ সূচীতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

অধিক তথ্যৰ বাবে এই লিংকত ক্লিক কৰক৷

NB/AKJ/AK/OA/MANN


(ৰিলিজ আই ডি : 1607065) অতিথি কক্ষ : 147
ত এই ৰিলিজটো পঢ়ক: English , Kannada , Urdu , हिन्दी , Punjabi