প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

Posted On: 03 DEC 2019 1:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদলৈ তেওঁৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে৷

দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ভাৰত ৰত্ন ড০ ৰাজেন্দ্ৰ প্ৰসাদলৈ তেওঁৰ জন্ম জয়ন্তী উপলক্ষে শত সহস্ৰ প্ৰণাম জনাইছো৷ তেওঁ স্বাধীনতা আন্দোলনত অত্যন্ত সক্ৰিয় ভূমিকা পালন কৰিছিল৷ লগতে সংবিধান প্ৰস্তুতৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ বিনম্ৰতা আৰু বিদ্বতাৰে ভৰা তেওঁৰ ব্যক্তিত্বই দেশবাসীক সদায় অনুপ্ৰেৰিত কৰি থাকিব৷” —প্ৰধানমন্ত্ৰীয়ে কয়৷

****

VRRK/KP/MS



(Release ID: 1595120) Visitor Counter : 69