প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বেংককত অনুষ্ঠিত আছিয়ান-ইণ্ডিয়া সন্মিলনৰ আজৰি সময়ত দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰীয়ে

Posted On: 03 NOV 2019 2:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী প্ৰায়ুৎ চান-অ’-চা আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জোকো ৱাইড’ডোৰ সৈতে পৃথক দ্বিপাক্ষিক বৈঠকত মিলিত হয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নেতা দুগৰাকীৰ সৈতে হোৱা বৈঠকত তেওঁ দ্বিপাক্ষিক সহযোগিতা সম্প্ৰসাৰণৰ বিভিন্ন দিশ আলোচনা কৰে৷

*******

VRRK/SH/MS



(Release ID: 1591254) Visitor Counter : 92