প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিজয়া দশমী উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 08 OCT 2019 9:30AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয়া দশমী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, বিজয়া দশমীৰ পবিত্ৰ ক্ষণত সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো৷

***

VRRK/SH/DB



(Release ID: 1587645) Visitor Counter : 63