প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গ্ল’ৱেল গ’লকীপাৰ গ’লছ বঁটা-২০১৯ৰে সন্মানিত কৰাৰ বাবে বিল আৰু মেলিণ্ডা গেটছক ধন্যবাদ প্ৰধানমন্ত্ৰীৰ

Posted On: 20 SEP 2019 7:37PM by PIB Guwahati

গ্লৱেল গলকীপাৰ গলছ বঁটা-২০১৯ৰে সন্মানিত কৰাৰ বাবে বিল আৰু মেলিণ্ডা গেটছক ধন্যবাদ জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷ তেওঁ লগতে কয় যে বিগত পাঁচ বছৰত ভাৰতে গান্ধীজীৰ স্বচ্ছ ভাৰতৰ সপোন পুৰন কৰাৰ বাবে পৰিস্কাৰ-পৰিচ্ছন্নতা তথা অনাময় ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷

****

AK/DB



(Release ID: 1585815) Visitor Counter : 59