প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

হাউষ্টনত কাশ্মীৰি পণ্ডিত সকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

Posted On: 22 SEP 2019 7:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেক্সাছৰ হাউষ্টনত কাশ্মীৰি পণ্ডিতৰ এক প্ৰতিনিধিবৰ্গৰ সৈতে সাক্ষাৎ কৰে৷

এই সাক্ষাৎকাৰৰ সময়ত সম্প্ৰদায়টোৰ সদস্যসকলে প্ৰধানমন্ত্ৰী প্ৰতিজন ভাৰতীয়ৰ উন্নতিৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ শক্তিশালী সমৰ্থন প্ৰকাশ কৰে৷

‘‘হাউষ্টনত কাশ্মীৰি পণ্ডিতসকলৰ সৈতে মই বিশেষ আলোচনাত মিলিত হলো’’, এই সাক্ষাৎকাৰৰ পিছত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে৷

*****

VRRK/SH/MANN



(Release ID: 1585813) Visitor Counter : 74