প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰথ যাত্ৰা উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 04 JUL 2019 3:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰথ যাত্ৰা উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ৰথ যাত্ৰাৰ বিশেষ ক্ষণত সকলোকে শুভেচ্ছা জনাইছো৷ আমি প্ৰত্যেকৰে সু-স্বাস্থ্য, সুখ আৰু সমৃদ্ধি কামনাৰে প্ৰভূ জগন্নাথৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে আশীৰ্বাদ বিচাৰিছো৷ জয় জগন্নাথ৷”

***


AKT/SH/DB



(Release ID: 1577662) Visitor Counter : 58