প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীৰ বাৰাণসী ভ্ৰমণ
বাৰাণসী বিমানবন্দৰত লাল বাহাদুৰ শাস্ত্ৰীৰ মূৰ্তি উন্মোচন

বাৰাণসীত বৃক্ষপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ


Posted On: 06 JUL 2019 5:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত উপস্থিত হৈ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image001F7EZ.jpg

প্ৰধানমন্ত্ৰীয়ে বাৰাণসীৰ লাল বাহাদুৰ শাস্ত্ৰী আন্তৰ্জাতিক বিমানবন্দৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ এটা মূৰ্তি উন্মোচন কৰে৷ ইয়াৰ পিছত তেওঁ বাৰাণসীক আনন্দ কানন বাটিকাত এক বৃক্ষপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image002JK51.jpg

সেইদিনাই প্ৰধানমন্ত্ৰীয়ে মান মহলৰ ভাৰ্চুৱেল সংগ্ৰহালয় পৰিদৰ্শন কৰে৷ এই সংগ্ৰহালয় দাশস্বমেধ ঘাটৰ কাষত অৱস্থিত আৰু বাৰাণসী চহৰৰ এক সাংস্কৃতিক কেন্দ্ৰ হিচাপে পৰিচিত৷ এই সংগ্ৰহালয়টোত আমাৰ সাংস্কৃতিক ঐতিহ্যৰ বিভিন্ন সামগ্ৰী প্ৰদৰ্শিত কৰা হৈছে৷

***

AKT/AK/MANN



(Release ID: 1577658) Visitor Counter : 60