প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত নাৰী শক্তিক চেল্যুট প্ৰধানমন্ত্ৰীৰ

Posted On: 08 MAR 2019 9:46AM by PIB Guwahati

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে নাৰী শক্তিৰ সাহসক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চেল্যুট জনায়৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে আমি আমাৰ অদমনীয় নাৰী শক্তিক চেল্যুট জনাইছো৷ মহিলা সবলীকৰণৰ দিশত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰি আমি গৌৰৱ বোধ কৰিছো৷ বিভিন্ন স্তৰত মহিলাসকলৰ অসাধাৰণ সাফল্যৰ বাবে প্ৰতিগৰাকী ভাৰতীয়ই গৌৰৱান্বিত৷

***

AKT/SH/DB



(Release ID: 1568597) Visitor Counter : 42