প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কটকত বাছ সংঘটিত দুৰ্ঘটনাত প্ৰাণহানি হোৱা সকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 21 NOV 2018 10:25AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ কটকত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘ওড়িশাৰ কটকত সংঘটিত বাছ দুৰ্ঘটনাত যিসকলে আত্মীয়-স্বজনক হেৰুৱালে, তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ আহতসকলৰো আশু আৰোগ্য কামনা কৰিছো৷’’

***

AKT/SH/DB



(Release ID: 1553857) Visitor Counter : 36