প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আচাৰ্য জে বি কৃপালিনী আৰু মৌলানা আবুল কালাম আজাদৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

Posted On: 11 NOV 2018 9:31AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আচাৰ্য জে বি কৃপালিনী আৰু মৌলানা আবুল কালাম আজাদৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আচাৰ্য জে বি কৃপালিনী আৰু মৌলানা আবুল কালাম আজাদক তেওঁলোকৰ জন্ম বাৰ্ষিকীত সোঁৱৰণ কৰিছোঁ৷ তেওঁলোকৰ আদৰ্শমূলক ব্যক্তিত্ব, স্বাধীনতাৰ যুঁজত তেওঁলোকৰ অৱদান আৰু জন কল্যাণ, সমতা, শিক্ষা তথা ন্যায় স্থাপনৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা কোনেও পাহৰিব নোৱাৰে৷’’

***

AKT/AP/MANN



(Release ID: 1552421) Visitor Counter : 85