প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুজৰাটী নৱবৰ্ষ উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

Posted On: 08 NOV 2018 11:18AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটী নৱবৰ্ষ উপলক্ষে গুজৰাটৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে৷

‘‘গুজৰাটীসকলৰ নতুন বছৰৰ শুভেচ্ছা জনালো৷ অনাগত বৰ্ষত যেন আপোনালোকৰ প্ৰত্যাশাসমূহ পূৰণ হয়৷ সকলোৱে যেন সুস্বাস্থ্য লাভ কৰাৰ লগতে সুখী হয়৷ নতুন বছৰৰ শুভেচ্ছা,’’ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

***

AKT/SH/MANN



(Release ID: 1552202) Visitor Counter : 47