প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কৰ্ণাটকৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা বান পৰিস্থিতিৰ সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

Posted On: 19 AUG 2018 5:35PM by PIB Guwahati

কৰ্ণাটকৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা বান পৰিস্থিতিৰ সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শ্ৰী এইচ ডি কুমাৰাস্বামীৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্তালাপ কৰে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, কৰ্ণাটকৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা বান পৰিস্থিতিৰ সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শ্ৰী এইচ ডি কুমাৰাস্বামীৰ সৈতে বাৰ্তালাপ কৰিলো। উদ্বাৰ আৰু সাহায্য অভিযানৰ বাবে সাম্ভাব্য সকলো সহায় আগবঢ়োৱা হৈছে। মই বান পীড়িত অঞ্চলৰ লোকসকলৰ নিৰাপত্তা আৰু কল্যানৰ হকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।

***

AKT/SH/DB



(Release ID: 1543650) Visitor Counter : 41