প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ঈদ-উজ-জোহা উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 22 AUG 2018 10:13AM by PIB Guwahati

ঈদ-উজ-জোহা উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। ঈদ-উজ-জোহাৰ শুভেচ্ছা জনাইছো। এই দিনটোৱে আমাৰ সমাজত দয়া আৰু ভাতৃত্ববোধৰ মনোভাৱ অধিক সুদৃঢ় কৰিব। প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়।

***

AKT/ VJ/DB


(रिलीज़ आईडी: 1543642) आगंतुक पटल : 65
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Marathi , Bengali , Gujarati , Tamil , Kannada