প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কেনিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ.ই.ৰাইলা অ’ডিংগাক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ

Posted On: 03 JUL 2018 12:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আজি কেনিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা কেনিয়া বিৰোধী দলৰ নেতা এইচ.. ৰাইলা অডিংগাক সাক্ষাৎ কৰে৷

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতে কৰা কেনিয়া ভ্ৰমণৰ কথা সোঁৱৰণ কৰি দেশখনৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্কৰ বিষয়ে ম্তব্য কৰে৷ ঠিক সেইদৰে অডিংগাও ২০০৯ আৰু ২০১২ চনত কৰা ভাৰত ভ্ৰমণৰ বিষয়ে সোঁৱৰণ কৰে৷

দুয়োগৰাকী নেতাই বিগত বৰ্ষসমূহত ভাৰত-কেনিয়াৰ সম্বন্ধৰ বিকাশৰ লগতে আঞ্চলিক তথা বিশ্বজনীন সমস্যাসমূহৰ পাৰস্পৰিক আগ্ৰহৰ বিষয়েও আলোচনা কৰে৷

***

AKT/SH/VK/MANN



(Release ID: 1537792) Visitor Counter : 72