প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ছেইছেলছৰ ৰাষ্ট্ৰপতিৰ ভাৰতৰ ৰাজ্যিক ভ্ৰমণৰ সময়ত ভাৰত আৰু ছেইছেলছৰ মাজত সম্পন্ন হোৱা বুজাবুজিৰ চুক্তিৰ তালিকা

পোষ্ট কৰা হৈছে: 25 JUN 2018 4:37PM by PIB Guwahati

ক্ৰমিক নং

বুজাবুজি পত্ৰ/চুক্তি

ভাৰতীয় পক্ষ

ছেইছেলছৰ স্বাক্ষৰকাৰী

ভাৰত গণৰাজ্য আৰু ছেইছেলছ গণৰাজ্যৰ মাজত স্থানীয় সংস্থা, শৈক্ষিক আৰু কাৰিকৰী অনুষ্ঠানসমূহৰ জৰিয়তে ক্ষুদ্ৰ বিকাশ প্ৰকল্পৰ প্ৰণয়নৰ বাবে ভাৰতীয় অনুমোদন সহায় বিষয়ক বুজাবুজি পত্ৰ

শ্ৰী এম.জে. আকবৰ, ৰাজ্যিক বহিঃ পৰিক্ৰমা মন্ত্ৰী

পামেলা চাৰলেট, আৱাসিক আন্তঃগাঁথনি আৰু ভূমি পৰিবহণ মন্ত্ৰী

কৰ্পৰেচন অৱ দা চিটী অৱ পানাজী (মিউনিচিপাল কৰ্পৰেচন) আৰু ছেইছেলছ গণৰাজ্যৰ চিটী অৱ ভিক্টৰীয়াৰ মাজত বন্ধুত্ব তথা সহযোগিতা স্থাপনৰ বাবে চুক্তি

শ্ৰী এম.জে. আকবৰ, ৰাজ্যিক বহিঃ পৰিক্ৰমা মন্ত্ৰী

পামেলা চাৰলেট, আৱাসিক আন্তঃগাঁথনি আৰু ভূমি পৰিবহণ মন্ত্ৰী

চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰত গণৰাজ্যৰ ইণ্ডিয়ান কম্পিউটাৰ ইমাৰ্জেন্সী ৰেছপন্স টীম (চিইআৰটি-ইন), বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু ছেইছেলছ গণৰাজ্যৰ তথ্য যোগাযোগ প্ৰযুক্তি মন্ত্ৰালয়ৰ মাজত হোৱা বুজাবুজি পত্ৰ

শ্ৰী এম.জে. আকবৰ, ৰাজ্যিক বহিঃ পৰিক্ৰমা মন্ত্ৰী

চাৰ্লছ বাষ্টিন, মীন আৰু কৃষি মন্ত্ৰী

২০১৮-২০২২ বৰ্ষৰ বাবে ভাৰত গণৰাজ্য আৰু ছেইছেলছ গণৰাজ্যৰ মাজত সাংস্কৃতিক বিনিময় কাৰ্যসূচী

শ্ৰী এম.জে. আকবৰ, ৰাজ্যিক বহিঃ পৰিক্ৰমা মন্ত্ৰী

পামেলা চাৰলেট, আৱাসিক আন্তঃগাঁথনি আৰু ভূমি পৰিবহণ মন্ত্ৰী

ভাৰতীয় নৌবিভাগ আৰু ছেইছেলছ গণৰাজ্যৰ ৰাষ্ট্ৰীয় তথ্য বিনিময় আৰু সমন্বয় কেন্দ্ৰৰ মাজত হোৱাইট শ্বিপিং ইনফৰ্মেছন বিষয়ক প্ৰযুক্তিগত চুক্তি

শ্ৰী এম.জে. আকবৰ, ৰাজ্যিক বহিঃ পৰিক্ৰমা মন্ত্ৰী

চাৰ্লছ বাষ্টিন, মীন আৰু কৃষি মন্ত্ৰী

ভাৰত গণৰাজ্যৰ বহিঃ পৰিক্ৰমা মন্ত্ৰালয়ৰ ফৰেইন ছাৰ্ভিচ ইন্সটিটিউট আৰু ছেইছেলছ গণৰাজ্যৰ বহিঃ পৰিক্ৰমা মন্ত্ৰালয়ৰ মাজত বুজাবুজি পত্ৰ

শ্ৰী জে. এছ মুকুল, ডীন, ৰেইন ছাৰ্ভিচ ইন্সটিটিউট

এম্ব. বেৰী ফ, ৰাজ্যিক বহিঃ পৰিক্ৰমা বিভাগৰ সচিব

***

AKT/SH/SK/MANN

(ৰিলিজ আই ডি : 1537408) অতিথি কক্ষ : 78
ত এই ৰিলিজটো পঢ়ক: English , हिन्दी , Marathi , Tamil , Malayalam