প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহাৰাষ্ট্ৰ দিৱসত ৰাজ্যবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 01 MAY 2018 11:26AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৰাজ্যিক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আজি মহাৰাষ্ট্ৰৰ ৰাজ্যিক দিৱস উপলক্ষে ৰাজ্যবাসীলৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছো৷ মহাৰাষ্ট্ৰৰ ধাৰাবাহিক বিকাশ আৰু উন্নয়নৰ ধাৰাৰ অক্ষুণ্ণ থকাৰ কামনা কৰিছো৷ ৰাজ্যখনে আমাৰ দেশৰ উন্নয়নৰ যাত্ৰাক এক নতুন গতি প্ৰদান কৰিব আৰু এক বিশেষ স্তৰলৈ লৈ যাব বুলি আশা প্ৰকাশ কৰিছো৷’’

****



AKT/HS/RD



(Release ID: 1531277) Visitor Counter : 43