প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুজৰাট দিৱসত গুজৰাটবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 01 MAY 2018 11:27AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ৰাজ্যিক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘গুজৰাট দিৱসৰ শুভেচ্ছা জনাইছো৷ ৰাজ্যখনৰ জনসাধাৰণ তেওঁলোকৰ সৰলতা আৰু উদ্যোগশীলতাৰ প্ৰতি থকা আগ্ৰহৰ বাবে সকলোৱেই জানে৷ দেশৰ ইতিহাসত গুজৰাটৰ আছে যথেষ্ট বৰঙণি, বিশেষকৈ দেশৰ স্বাধীনতা সংগ্ৰামৰ সময়ত গুজৰাটে যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে৷ আশা কৰো গুজৰাটে ভাৰতৰ বিকাশৰ ক্ষেত্ৰত আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব৷’’

****



AKT/HS/RD



(Release ID: 1531276) Visitor Counter : 70