প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

খাৱাজা মইনুদ্দিন চিষ্টিৰ দৰগাহত দানৰ বাবে চাদৰ হস্তান্তৰ প্ৰধানমন্ত্ৰীৰ

Posted On: 17 MAR 2018 11:44AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰী মুখতাৰ আব্বাছ নাকভিৰ হাতত খাৱাজা মইনুদ্দিন চিষ্টিৰ দৰগাহত দানৰ বাবে এখন চাদৰ হস্তান্তৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে বাৰ্ষিক উৰচ উপলক্ষে বিশ্বজুৰি থকা খাৱাজা মইনুদ্দিন চিষ্টিৰ অনুগ্ৰামীসকলক শুভেচ্ছা আৰু অভিনন্দন জনায়।

***

AKT/ VJ/DB



(Release ID: 1526726) Visitor Counter : 58


Read this release in: English , Hindi , Tamil