প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চেটি চান্দ উপলক্ষে দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 19 MAR 2018 10:01AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চেটি চান্দ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, পবিত্ৰ চেটি চান্দ উপলক্ষে সিন্ধি সম্প্ৰদায়লৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছো। ভগবান ঝুলেলালে যেন আমাৰ সকলোকে আৰ্শীৰ্বাদ প্ৰদান কৰে আৰু অনাগত বৰ্ষটো আনন্দময় হৈ পৰে, তাকে কামনা কৰিলোঁ।

***

AKT/SH/AK/DB



(Release ID: 1525272) Visitor Counter : 77