প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুজৰাটত সংঘটিত এক দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 06 MAR 2018 2:18PM by PIB Guwahati

গুজৰাটত সংঘটিত এক দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, গুজৰাটৰ ৰাংঘোলাৰ সমীপত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণহানি হোৱা সকলো লোকৰ প্ৰতি মই শোক প্ৰকাশ কৰিছো। এই দুৰ্ঘটনা অতি দুৰ্ভাগ্যজনক আৰু উদ্বেগপূৰ্ণদুৰ্ঘটনাত যিসকল আহত হৈছে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিছো।

***

 

AKT/HS/DB



(Release ID: 1522744) Visitor Counter : 58


Read this release in: English , Gujarati , Tamil , Kannada