প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিহাৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি দুখ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

Posted On: 06 MAR 2018 2:09PM by PIB Guwahati

বিহাৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, বিহাৰৰ আৰিয়াত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি দুখিত হৈছো। দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা জনাইছো। দুৰ্ঘটনাত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছো।

***

AKT/HS/DB



(Release ID: 1522743) Visitor Counter : 72


Read this release in: English , Gujarati , Tamil , Kannada