পোষ্ট কৰা হৈছে:
06 NOV 2026 3:43PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত ভাৰতীয় ক্ৰিকেটাৰ সূৰ্যকুমাৰ যাদৱ আৰু তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰে আৰু এগৰাকী কণমানিয়ে গোৱা এটা ভজন শুনে।
এই হৃদয়স্পৰ্শী মুহূৰ্তটো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দীপাৱলীৰ মাজত ৰাম আৰু সৰায়ুৰ আগমনে পৰিবেশটোক অধিক পবিত্ৰ আৰু ঐশ্বৰিক কৰি তুলিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সৰ এটা পোষ্টত কয়;
‘দীপাৱলীৰ পৰিবেশত ৰাম আৰু সৰায়ু আহিছে। ইয়ে দীপাৱলীৰ পৰিবেশ অধিক পবিত্ৰ আৰু ঐশ্বৰিক কৰি তুলিছে।
@surya_14kumar’
***
MJPS/SS/ST/NB