বিশেষ সেৱা আৰু বৈশিষ্টাৱলী
azadi ka amrit mahotsav

২০২৪-২৫ বৰ্ষৰ অসম ৰাজ্যিক বিত্ত সম্পৰ্কীয় কেগ ৰ প্ৰতিবেদন অসম বিধানসভাত দাখিল

পোষ্ট কৰা হৈছে: 03 JUN 2026 4:58PM by PIB Guwahati

অসম চৰকাৰৰ সৈতে সম্পৰ্কিত ২০২৪-২৫ বৰ্ষৰ ভাৰতীয় মহানিয়ন্ত্ৰক আৰু মহাগণনাপৰীক্ষকৰ ৰাজ্যিক বিত্তীয় অডিট প্ৰতিবেদন (২০২৬ চনৰ ২ নম্বৰ প্ৰতিবেদন)   

অৱগত কৰা হয় যে প্ৰতিবেদনখনৰ ইংৰাজী আৰু অসমীয়া দুয়োটা সংস্কৰণ ইয়াৰ অফিচিয়েল ৱেবছাইটত ৰাজহুৱা প্ৰৱেশাধিকাৰৰ বাবে উপলভ্য। প্ৰতিবেদনখন অসমৰ একাউণ্টেণ্ট জেনেৰেল (অডিট) কাৰ্যালয়ৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তেও চাব পাৰিব।  https://cag.gov.in/ag/assam/en

***

PG/SS/MK


(ৰিলিজ আই ডি : 2268461) অতিথি কক্ষ : 52
ত এই ৰিলিজটো পঢ়ক: English