ক'অপাৰেশ্বন মন্ত্ৰালয়
বহু ৰাজ্যিক সমবায় সমিতিৰ পঞ্জীয়ন
পোষ্ট কৰা হৈছে:
03 FEB 2026 6:44PM by PIB Guwahati
- বহু ৰাজ্যিক সমবায় সমিতিৰ সংশোধনী আইন, ২০২৩ ৰ আধাৰত বহু ৰাজ্যিক সমবায় সমিতিৰ পঞ্জীয়ন প্ৰক্ৰিয়া চি আৰ চি এছ পৰ্টেলৰ জৰিয়তে অনলাইনযোগে কৰা হৈছে।
- কেন্দ্ৰীয় পঞ্জীয়কৰ দ্বাৰা পঞ্জীয়নৰ বাবে কৰা আবেদন নিষ্পত্তিৰ সময়সীমা ৪ মাহৰ পৰা ৩ মাহলৈ হ্ৰাস কৰা হৈছে।
- কিন্তু আবেদনকাৰীৰ অনুৰোধত সময়সীমা আৰু দুমাহ(সৰ্বোচ্চ) বৃদ্ধি কৰিব পাৰি, আবেদনত ভুল হ’লে শুধৰণিৰ সুবিধাৰ্থে এনে কৰা হৈছে।
এই তথ্য কেন্দ্ৰীয় গৃহ আৰু সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে লোকসভাত এক লিখিত উত্তৰত প্ৰদান কৰে।
***
AK/AP/DM
(ৰিলিজ আই ডি : 2222948)
অতিথি কক্ষ : 9