গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

চিএপিএফৰ দ্বাৰা পৰিৱেশ সংৰক্ষণৰ পদক্ষেপ

Posted On: 06 AUG 2025 5:55PM by PIB Guwahati

চিএপিএফে ২০২০ চনৰ পৰা গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

গছপুলি ৰোপণ কাৰ্যসূচীৰ অধীনত চিএপিএফে ৩১.১২.২০২৪লৈকে ৬,১০,৯২,৫৫৫টা গছপুলি ৰোপণ কৰিছে। এইবোৰ তলত উল্লেখ কৰা ধৰণৰঃ

 

২০২০: -

১,৪৭,৩৮,০৪০

২০২১: -

১,০৭,২১,২৪৫

২০২২: -

১,০১,২৪,৩৩৩

২০২৩: -

১,৫৪,২০,৫৬৭

২০২৪: -

১,০০,৮৮,৩৭০

 

ঝাৰখণ্ডকে ধৰি ২৮খন ৰাজ্যৰ আটাইকেইখন ৰাজ্যৰ লগতে ০৬খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ চিএপিএফৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচীৰ কাম হাতত লয়। ৰাজ্যভিত্তিক বিৱৰণ পৰিশিষ্ট-‘ক’ত সংলগ্ন কৰা হৈছে।

চিএপিএফৰ দ্বাৰা ২৭২৮খন নাৰ্চাৰী আৰু শ্বহীদৰ নামত উচৰ্গা কৰা ১৭০৩খন বাটিকা।

নাৰ্চাৰী আৰু বাটিকাৰ বাহিনীভিত্তিক বিৱৰণ পৰিশিষ্ট-খত সংলগ্ন কৰা হৈছে।

*******

 

পৰিশিষ্ট-ক

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল অনুসৰি গছপুলি ৰোপণৰ প্ৰতিবেদন ২০২০ৰ পৰা ৩১.১২.২০২৪লৈ কাৰ্যকৰী।

 

ক্ৰ. নং

ৰাজ্য/কেঃশাঃঅ

২০২০

২০২১

২০২২

২০২৩

২০২৪

সৰ্বমুঠ

অসম

৯৯৮২২৪

৯৭১০৮৯

৯৪২৭৫৫

১৬৭০৮২২

৮০৭৪৭৫

৫৩৯০৩৬৫

অন্ধ্ৰপ্ৰদেশ

১১৫৯১৯

১১৯৩২০

৮৫৪৭১

১৫৯৬৩০

৮৫৮৯০

৫৬৬২৩০

অৰুণাচল প্ৰদেশ

৬২৫৩৯১

৪৭৫১৪৬

৩৪১২৬৬

৭৮০৪৭৭

৩৮৫৬৮৭

২৬০৭৯৬৭

বিহাৰ

৫৫৭৮০৭

৪৬৪০৪১

৩৬৪৭০৯

৫৭৩১০৮

৩৭৮৯৬৭

২৩৩৮৬৩২

ছত্তীশগড়

২৭৭০৯২

৪২৬২১৯

৪৫৫৫২০

৫৯৫৬৪৬

৫১১৫১৮

২২৬৫৯৯৫

গোৱা

৬০০০

৪৮০০

৩৬২৬

১১৬০৩

৫৫১০

৩১৫৩৯

গুজৰাট

২৩৯৭৩৪

৩১৫০২০

৩৮২৪৩৮

৪৪২১১০

২৪০১১৯

১৬১৯৪২১

হাৰিয়ানা

৩৪৭৮১০

১৮৪৮৯৯

২৮৪১৪৩

৮৬০২৬২

৫৫৭২১৮

২২৩৪৩৩২

হিমাচল প্ৰদেশ

৬৫১০৪

৮৩৬০৪

৬৯২২২

১২৬২৪৮

৬৪১২০

৪০৮২৯৮

১০

ঝাৰখণ্ড

২৮৭৮৪৬

৩২১৩১০

৩০৩৬১৮

৪৮৯০৭৯

৩৬৫৬০৮

১৭৬৭৪৬১

১১

কৰ্ণাটক

১২১০২৮

১৬৭১৪০

১৯২৭৪৬

২৪৫৪৫০

১২৫৩৪৬

৮৫১৭১০

১২

কেৰালা

৮৯৭৯৫

৮৬৪২৩

৬২৯৮৮

১১৬৭৯২

৭৪৬৬১

৪৩০৬৫৯

১৩

মধ্যপ্ৰদেশ

৩৫৭০৭৫

৪৬১৮০২

৫৩৮২৫৬

৬৩৬৬৪৪

৪৮৬৫১০

২৪৮০২৮৭

১৪

মহাৰাষ্ট্ৰ

২৭৯৪৫১

২০২২১৪

২২৯২৯৬

৩৬৮৪৪১

২৫২৫৬৪

১৩৩১৯৬৬

১৫

মনিপুৰ

২১৮৬০১৬

১২৯৫৯৮০

১০০৬২৬৩

৯০৯৬৫৬

৭১৩৬২৫

৬১১১৫৪০

১৬

মেঘালয়

৯১৪১৮

২৩৩৬৭৫

১৬৩৬৩১

১৮৯৪৪৬

১৪২০৩৯

৮২০২০৯

১৭

মিজোৰাম

১০৮২২৭৫

২৮০৬১৭

১৫১৩৫০

৩৪২৯৯৫

৪১৪৫০০

২২৭১৭৩৭

১৮

নাগালেণ্ড

২৫১৩৪১২

৯৩৯৬১২

৬০৯৫৩৮

১০২৫৬৫০

৮৫৯৩৬৬

৫৯৪৭৫৭৮

১৯

ওড়িশা

১৫৭৮৯৩

১৬৫৫৫৭

১৪৫৫০৭

৪১২৯৫৯

১৯৫৩৪৫

১০৭৭২৬১

২০

পাঞ্জাৱ

২০৯৭০৬

৩০০৭৭৪

২৯১৭০৭

৪৭৯২২৬

৩২৫৫১১

১৬০৬৯২৪

২১

ৰাজস্থান

৩৭৪৮৬৯

৫৩৩৭২৪

৫৬৩৫৫০

৬৮১৫৫২

৫৯৯৮৯১

২৭৫৩৫৮৬

২২

ছিকিম

৩৪৮০১

৭৪০৪৪

৫০৫২০

৭০৯৮২

২৬৫১১

২৫৬৮৫৮

২৩

তামিলনাডু

২১২৩৭১

১৭০৯৩৮

১৩৩৬০৪

২৪৩২৬৬

১২৮৬০৩

৮৮৮৭৮২

২৪

তেলেংগানা

১৬৪২৫৮

১২০৯৪৭

১২৪৭৬২

২৪৯১৪৩

১৩১৮৮৯

৭৯০৯৯৯

২৫

ত্ৰিপুৰা

১৩৮৭৮৫৯

৩৩৪২৩২

৩৮৩৪৩৯

৬৫৮০৯৫

৪০৪৬৮১

৩১৬৮৩০৬

২৬

উত্তৰপ্ৰদেশ

৭০৬৩২৪

৫৬৯৩৩৫

৪৩০২২৫

৭০৬৪৬৭

৪৮২৯৯৬

২৮৯৫৩৪৭

২৭

পশ্চিমবংগ

৩৮৪১৫২

৪৪১৯৯৬

৪৫৪৬২৩

৮৩৭৭২৯

৫৪০০৭৩

২৬৫৮৫৭৩

২৮

উত্তৰাখণ্ড

১৯৮৬৪১

২৬৬০৭৫

১৬৩৮০২

৩০৬৩৫৮

১৫০২২৩

১০৮৫০৯৯

২৯

আন্দামান নিকোবৰ

২০৮১

৬০১

৮১০

৮৬৮

৭০০

৫০৬০

৩০

চণ্ডীগড়

২৩৩০৫

১৮৮৪৫

১৯১৪৮

৪৪০০৫

২৩৫৬৫

১২৮৮৬৮

৩১

দিল্লী

১৭০৯৫৬

১১০৮৭১

১৬৫৩৪১

৩২৯৫৩৪

১৫১৯৮৩

৯২৮৬৮৫

৩২

দমন আৰু দিউ

৬৯২

৬৯৫

৫০৫

৪৫৫

২০০

২৫৪৭

৩৩

জম্মু আৰু কাশ্মীৰ

৪৬৮৭৩৫

৫৭৯৭০০

৫০৯১৪৬

৮৫৫৮৬৯

৪৪৫৭৯১

২৮৫৯২৪১

৩৪

লাডাখ

৯৬৮৫

৯৬৮৫

শুকাইযোৱা গছপুলি পুনৰ ৰোপণ

৫০০৮০৮

৫০০৮০৮

মুঠ

১৪৭৩৮০৪০

১০৭২১২৪৫

১০১২৪৩৩৩

১৫৪২০৫৬৭

১০০৮৮৩৭০

৬১০৯২৫৫৫

****

পৰিশিষ্ট-খ

বাহিনীৰ সংখ্যা

২০২০ ৰ পৰা ২০২৪লৈ উন্নয়ন সাধন কৰা নাৰ্চাৰী সংখ্যা

২০২০ ৰ পৰা ২০২৪লৈ উন্নয়ন সাধন কৰা আৰু শ্বহীদৰ নামত সমৰ্পিত কৰা বাটিকাৰ সংখ্যা

অসম ৰাইফলছ

২৮৭

১৩৬

সীমান্ত সুৰক্ষা বাহিনী

৯৭৯

৪৮৮

কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী

২৫৭

২৩৮

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী

৮৫৬

৫৯২

ইণ্ডো-তীব্বত বৰ্ডাৰ পুলিচ ফৰ্চ

১১২

১৩৪

নেচনেল ছিকিউৰিটী গাৰ্ড

৩১

১৮

সশস্ত্ৰ সীমা বল

২০৬

৯৭

মুঠ

২৭২৮

১৭০৩

ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত গৃহ ৰাজ্য মন্ত্ৰী শ্ৰীযুত নিত্যানন্দ ৰায়ে এই তথ্য সদৰি কৰে

***

RK/VV/RR/HS/PS/PR/DB


 


(Release ID: 2153723)
Read this release in: English , Urdu , Hindi