গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

‘পদ্ম বঁটা ২০২৫’ ৰ ঘোষণা

Posted On: 25 JAN 2025 9:00PM by PIB Guwahati

 

পদ্ম বঁটা - দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাসমূহৰ ভিতৰৰ এটা, এই বঁটা তিনিটা শ্ৰেণীত প্ৰদান কৰা হয়, যথাঃ ‘পদ্ম বিভূষণ’, ‘পদ্মভূষণ’ আৰু ‘পদ্মশ্ৰী’। এই বঁটাসমূহ বিভিন্ন শাখা/ কাৰ্যকলাপৰ ক্ষেত্ৰত প্ৰদান কৰা হয়, যেনে- কলা, সামাজিক কাম, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, ঔষধ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱা ইত্যাদি। 'পদ্ম বিভূষণ' ব্যতিক্ৰমী আৰু বিশিষ্ট সেৱাৰ বাবে প্ৰদান কৰা হয়; উচ্চ ক্ৰমৰ বিশিষ্ট সেৱাৰ বাবে 'পদ্মভূষণ' আৰু যিকোনো ক্ষেত্ৰত বিশিষ্ট সেৱাৰ বাবে 'পদ্মশ্ৰী'। প্ৰতি বছৰে ‘গণৰাজ্য দিৱস’ উপলক্ষে এই বঁটাসমূহ ঘোষণা কৰা হয়।

২.              এই বঁটাসমূহ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আনুষ্ঠানিকভাৱে আয়োজিত অনুষ্ঠানত প্ৰদান কৰে যি সাধাৰণতে প্ৰতি বছৰে মাৰ্চ/এপ্ৰিলৰ আশে পাশে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হয়। ২০২৫ বৰ্ষৰ বাবে ৰাষ্ট্ৰপতিয়ে তলৰ তালিকা অনুসৰি ১৩৯টা ‘পদ্ম বঁটা’ প্ৰদানৰ অনুমোদন জনাইছে, যাৰ ভিতৰত আছে ১টা যুটি (এটা যুটীয়া ক্ষেত্ৰত, বঁটাটো এক হিচাপে গণনা কৰা হয়)। তালিকাখনত ৭টা ‘পদ্ম বিভূষণ’, ১৯টা ‘পদ্মভূষণ’ আৰু ১১৩টা ‘পদ্মশ্ৰী’ বঁটা আছে। বঁটা প্ৰাপকসকলৰ তালিকাখনত ১০ গৰাকী বিদেশী/এনআৰআই/পিআইঅ'/অ’চিআই-কে ধৰি ২৩ গৰাকী মহিলা আৰু ১৩ গৰাকী মৰণোত্তৰভাৱে বঁটা বিজয়ী শ্ৰেণীত অন্তৰ্ভুক্ত আছে।

 

পদ্ম বিভূষণ ()

 

ক্ৰমিক নং

নাম

ক্ষেত্ৰ

ৰাজ্য/দেশ

১.

শ্ৰী দুভুৰ নাগেশ্বৰ ৰেড্ডী

ঔষধ

তেলেংগাণা

২.

ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) শ্ৰী জগদীশ সিং খেহৰ

ৰাজহুৱা পৰিক্ৰমা

চণ্ডীগড়

৩.

শ্ৰীমতী কুমুদিনী ৰজনীকান্ত লাখিয়া

কলা

গুজৰাট

৪.

শ্ৰী লক্ষ্মীনাৰায়ণ সুব্ৰমনিয়ম

কলা

কৰ্ণাটক

৫.

শ্ৰী এম টি বাসুদেৱন নায়াৰ (মৰণোত্তৰ)

সাহিত্য আৰু শিক্ষা

কেৰালা

৬.

শ্ৰী ওচামু চুজুকি (মৰণোত্তৰ)

বাণিজ্য আৰু উদ্যোগ

জাপান

৭.

শ্ৰীমতী সাৰদা সিনহা (মৰণোত্তৰ)

কলা

বিহাৰ

 

পদ্ম ভূষণ (১৯)

 

ক্ৰমিক নং

নাম

ক্ষেত্ৰ

ৰাজ্য/দেশ

৮.

শ্ৰী এ সূৰ্য প্ৰকাশ

সাহিত্য আৰু শিক্ষা-সাংবাদিকতা

কাৰ্ণাটক

৯.

শ্ৰী অনন্ত নাগ

কলা

কাৰ্ণাটক

১০.

শ্ৰী বিবেক দেবৰয় (মৰণোত্তৰ)

সাহিত্য আৰু শিক্ষা

এনচিটি দিল্লী

১১.

শ্ৰী যতীন গোস্বামী

কলা

অসম

১২.

শ্ৰী জোচে চাকো পেৰিয়াপ্পুৰম

ঔষধ

কেৰালা

১৩.

শ্ৰী কৈলাশ নাথ দীক্ষিত

অন্যান্য-পুৰাতত্ত্ব

এনচিটি দিল্লী

১৪.

শ্ৰী মনোহৰ যোশী (মৰণোত্তৰ)

ৰাজহুৱা পৰিক্ৰমা

মহাৰাষ্ট্ৰ

১৫.

শ্ৰী নাল্লি কুপ্পুস্বামী চেট্টি

বাণিজ্য আৰু উদ্যোগ

তামিল নাডু

১৬.

শ্ৰী নন্দমুৰি বালাকৃষ্ণ

কলা

অন্ধ্ৰ প্ৰদেশ

১৭.

শ্ৰী পি আৰ শ্ৰীজেশ

ক্ৰীড়া

কেৰালা

১৮.

শ্ৰী পংকজ পেটেল

বাণিজ্য আৰু উদ্যোগ

গুজৰাট

১৯.

শ্ৰী পংকজ উধাস (মৰণোত্তৰ)

কলা

মহাৰাষ্ট্ৰ

২০

শ্ৰী ৰামবাহাদুৰ ৰায়

সাহিত্য আৰু শিক্ষা-সাংবাদিকতা

উত্তৰ প্ৰদেশ

২১.

সাধ্বী ৰীতম্বৰা

সামাজিক কাম

উত্তৰ প্ৰদেশ

২২.

শ্ৰী এছ অজিত কুমাৰ

কলা

তামিল নাডু

২৩.

শ্ৰী শেখৰ কাপুৰ

কলা

মহাৰাষ্ট্ৰ

২৪.

শ্ৰীমতী শোভনা চন্দ্ৰকুমাৰ

কলা

তামিল নাডু

২৫.

শ্ৰী সুশীল কুমাৰ মোদী (মৰণোত্তৰ)

ৰাজহুৱা পৰিক্ৰমা

বিহাৰ

২৬.

শ্ৰী বিনোদ ধাম

বিজ্ঞান আৰু অভিযান্ত্ৰিক

আমেৰিকা যুক্তৰাষ্ট্ৰ

 

পদ্মশ্ৰী (১১৩)

 

ক্ৰমিক নং

নাম

ক্ষেত্ৰ

ৰাজ্য/দেশ

২৭.

শ্ৰী অদ্বেতা চৰণ গদানায়ক

কলা

ওড়িশা

২৮.

শ্ৰী অচ্যুত ৰামচন্দ্ৰ পালাভ

কলা

মহাৰাষ্ট্ৰ

২৯.

শ্ৰী অজয় ভি ভট্ট

বিজ্ঞান আৰু অভিযান্ত্ৰিক

আমেৰিকা যুক্তৰাষ্ট্ৰ

৩০.

শ্ৰী অনিল কুমাৰ বড়ো

সাহিত্য আৰু শিক্ষা

অসম

৩১.

শ্ৰী অৰিজিত্ সিং

কলা

পশ্চিম বংগ

৩২.

শ্ৰীমতী অৰুন্ধতী ভট্টাচাৰ্য

বাণিজ্য আৰু উদ্যোগ

মহৰাষ্ট্ৰ

৩৩.

শ্ৰী অৰুণোদয় সাহা

সাহিত্য আৰু শিক্ষা

ত্ৰিপুৰা

৩৪.

শ্ৰী অৰবিন্দ শৰ্মা

সাহিত্য আৰু শিক্ষা

কানাডা

৩৫.

শ্ৰী অশোক কুমাৰ মহাপাত্ৰ

ঔষধ

ওড়িশা

৩৬.

শ্ৰী অশোক লক্ষ্মণ সাৰাফ

কলা

মহাৰাষ্ট্ৰ

৩৭.

শ্ৰী আশুতোষ শৰ্মা

বিজ্ঞান আৰু অভিযান্ত্ৰিক

উত্তৰ প্ৰদেশ

৩৮

শ্ৰীমতী অশ্বিনী ভিড়ে দেশপাণ্ডে

কলা

মহাৰাষ্ট্ৰ

৩৯.

শ্ৰী বৈজনাথ মহাৰাজ

অন্য-আধ্যাত্মিকতা

বাদ

ৰাজস্থান

৪০.

শ্ৰী বেৰী গডফ্ৰে জন

কলা

এনচিটি দিল্লী

৪১.

শ্ৰীমতী বেগম বটুল

কলা

ৰাজস্থান

৪২.

শ্ৰী ভাৰত গুপ্ত

কলা

এনচিটি দিল্লী

৪৩.

শ্ৰী ভেৰু সিং চৌহান

কলা

মধ্য প্ৰদেশ

৪৪.

শ্ৰী ভীম সিং ভৱেশ

সামাজিক কাম

বিহাৰ

৪৫.

শ্ৰীমতী ভীমাভা ডোডাবালাপ্পা শিলেক্যথাৰা

কলা

কৰ্ণাটক

৪৬.

শ্ৰী বুদ্ধেন্দ্ৰ কুমাৰ জৈন

ঔষধ

মধ্য প্ৰদেশ

৪৭.

শ্ৰী চি এছ বৈদ্যনাথন

ৰাজহুৱা পৰিক্ৰমা

এনচিটি দিল্লী

৪৮.

শ্ৰী চৈতৰাম দেওচান্দ পাৱাৰ

সামাজিক কাম

মহাৰাষ্ট্ৰ

৪৯.

শ্ৰী চন্দ্ৰকান্ত শেঠ (মৰণোত্তৰ)

সাহিত্য আৰু শিক্ষা

গুজৰাট

৫০.

শ্ৰী চন্দ্ৰকান্ত সোমপুৰা

অন্যান্য-স্থাপত্য

গুজৰাট

৫১.

শ্ৰী চেতন ই চিটনিছ

বিজ্ঞান আৰু অভিযান্ত্ৰিক

ফ্ৰান্স

৫২.

শ্ৰী ডেভিদ আৰ চিয়েমলিয়েহ

সাহিত্য আৰু শিক্ষা

মেঘালয়

৫৩.

শ্ৰী দুৰ্গা চৰণ ৰণবীৰ

কলা

ওড়িশা

৫৪.

শ্ৰী ফাৰুক আহমেদ মীৰ

কলা

জম্মু আৰু কাশ্মীৰ

৫৫.

শ্ৰী গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড়

সাহিত্য আৰু শিক্ষা

উত্তৰ প্ৰদেশ

৫৬.

শ্ৰীমতী গীতা উপাধ্যায়

সাহিত্য আৰু শিক্ষা

অসম

৫৭.

শ্ৰী গোকুল চন্দ্ৰ দাস

কলা

পশ্চিম বংগ

৫৮.

শ্ৰী গুৰুভায়ুৰ ডোৰাই

কলা

তামিল নাডু

৫৯.

শ্ৰী হৰচন্দন সিং ভট্টি

কলা

মধ্য প্ৰদেশ

৬০.

শ্ৰী হৰিমন শৰ্মা

অন্যান্য-কৃষি

হিমাচল প্ৰদেশ

৬১.

শ্ৰী হৰজিন্দৰ সিং শ্ৰীনগৰ ৱালে

কলা

পাঞ্জাৱ

৬২.

শ্ৰী হৰবিন্দৰ সিং

ক্ৰীড়া

হাৰিয়ানা

৬৩.

শ্ৰী হাছান ৰঘু

কলা

কৰ্ণাটক

৬৪.

শ্ৰী হেমন্ত কুমাৰ

ঔষধ

বিহাৰ

৬৫.

শ্ৰী হৃদয় নাৰায়ণ দীক্ষিত

সাহিত্য আৰু শিক্ষা

উত্তৰ প্ৰদেশ

৬৬.

শ্ৰী হিউ আৰু কলিন গেণ্টজাৰ (মৰণোত্তৰ)(যুটি)*

সাহিত্য আৰু শিক্ষা-সাংবাদিকতা

উত্তৰাখণ্ড

৬৭.

শ্ৰী ইনিভালাপ্পিল মণি বিজয়ন

ক্ৰীড়া

কেৰালা

৬৮.

শ্ৰী জগদীশ যোশীলা

সাহিত্য আৰু শিক্ষা

মধ্য প্ৰদেশ

৬৯.

শ্ৰীমতী জাস্পিন্দৰ নাৰুলা

কলা

 

মহাৰাষ্ট্ৰ

৭০.

শ্ৰী জোনাছ মাচেট্টি

অন্যান্য-আধ্যাত্মিকতা

বাদ

ব্ৰাজিল

৭১.

শ্ৰী জয়নাচৰণ বাথাৰী

কলা

অসম

৭২.

শ্ৰীমতী জুমদে য়মগাম গামলিন

সামাজিক কাম

অৰুণাচল প্ৰদেশ

৭৩.

শ্ৰী কে দামোদৰণ

অন্যান্য-ৰন্ধনপ্ৰণালী

তামিল নাডু

৭৪.

শ্ৰী কে এল কৃষ্ণ

সাহিত্য আৰু শিক্ষা

অন্ধ্ৰ প্ৰদেশ

৭৫.

শ্ৰীমতী কে ওমানকুট্টি আম্মা

কলা

কেৰালা

৭৬.

শ্ৰী কিশোৰ কুনাল (মৰণোত্তৰ)

অসামৰিক সেৱা

বিহাৰ

৭৭.

শ্ৰী এল হেংথিং

অন্যান্য-কৃষি

নাগালেণ্ড

৭৮.

শ্ৰী লক্ষ্মীপতি ৰামচুব্বাইয়াৰ

সাহিত্য আৰু শিক্ষা-সাংবাদিকতা

তামিল নাডু

৭৯.

শ্ৰী ললিত কুমাৰ মংগোত্ৰ

সাহিত্য আৰু শিক্ষা

জম্মু আৰু কাশ্মীৰ

৮০.

শ্ৰী লামা লবজাং (মৰণোত্তৰ)

অন্যান্য-আধ্যাত্মিকতা

বাদ

লাডাখ

৮১.

শ্ৰীমতী লিবিয়া লোবো চৰদেশাই

সামাজিক কাম

গোৱা

৮২.

শ্ৰী এম ডি শ্ৰীনিবাস

বিজ্ঞান আৰু অভিযান্ত্ৰিক

তামিল নাডু

৮৩.

শ্ৰী মদুগুলা নগাফানী শৰ্মা

কলা

অন্ধ্ৰ প্ৰদেশ

৮৪.

শ্ৰী মহাবীৰ নায়ক

কলা

ঝাৰখণ্ড

৮৫.

শ্ৰীমতী মমতা শংকৰ

কলা

পশ্চিম বংগ

৮৬.

শ্ৰী মন্দ কৃষ্ণ মাদিগা

ৰাজহুৱা পৰিক্ৰমা

তেলেংগাণা

৮৭.

শ্ৰী মাৰুতি ভুজংৰাও চিতামপল্লী

সাহিত্য আৰু শিক্ষা

মহাৰাষ্ট্ৰ

৮৮.

শ্ৰী মিৰিয়ালা আপ্পাৰাও (মৰণোত্তৰ)

কলা

অন্ধ্ৰ প্ৰদেশ

৮৯.

শ্ৰী নগেন্দ্ৰ নাথ ৰয়

সাহিত্য আৰু শিক্ষা

পশ্চিম বংগ

৯০.

শ্ৰী নাৰায়ণ (ভুলাই ভাই)(মৰণোত্তৰ)

ৰাজহুৱা পৰিক্ৰমা

উত্তৰ প্ৰদেশ

৯১.

শ্ৰী নৰেন গুৰুং

কলা

ছিকিম

৯২

শ্ৰীমতী নীৰজা ভাটলা

ঔষধ

এনচিটি দিল্লী

৯৩.

শ্ৰীমতী নিৰ্মলা দেৱী

কলা

বিহাৰ

৯৪.

শ্ৰী নীতীন নোহৰিয়া

সাহিত্য আৰু শিক্ষা

আমেৰিকা যুক্তৰাষ্ট্ৰ

৯৫.

শ্ৰী ওঙ্কৰ সিং পাহৱা

বাণিজ্য আৰু উদ্যোগ

পাঞ্জাৱ

৯৬.

শ্ৰী পি দশনমূৰ্তি

কলা

পুডুচেৰী

৯৭.

শ্ৰী পণ্ডি ৰাম মান্দৱী

কলা

চত্তিশগড়

৯৮.

শ্ৰী পৰমাৰ লাভজীভাই নাগজীভাই

কলা

গুজৰাট

৯৯.

শ্ৰী পৱন গোৱেঙ্কা

বাণিজ্য আৰু উদ্যোগ

পশ্চিম বংগ

১০০.

শ্ৰী প্ৰশান্ত প্ৰকাশ

বাণিজ্য আৰু উদ্যোগ

কৰ্ণাটক

১০১.

শ্ৰীমতী প্ৰতিভা শতপথী

সাহিত্য আৰু শিক্ষা

ওড়িশা

১০২.

শ্ৰী পুৰিচাই কান্নাপ্পা সম্বন্দন

কলা

তামিল নাডু

১০৩.

শ্ৰী আৰ অশ্বিন

ক্ৰীড়া

তামিল নাডু

১০৪.

শ্ৰী আৰ জি চন্দ্ৰমোগান

বাণিজ্য আৰু উদ্যোগ

তামিল নাডু

১০৫.

শ্ৰীমতী ৰাধা বহিন ভট্ট

সামাজিক কাম

উত্তৰাখণ্ড

১০৬.

শ্ৰী ৰাধাকৃষ্ণণ দেৱসেনাপতি

কলা

তামিল নাডু

১০৭

শ্ৰী ৰামাদৰ্শ মিশ্ৰ

সাহিত্য আৰু শিক্ষা

এনচিটি দিল্লী

১০৮.

শ্ৰী ৰণেন্দ্ৰ ভানু মজুমদাৰ

কলা

মহাৰাষ্ট্ৰ

১০৯.

শ্ৰী ৰতন কুমাৰ পাৰিমু

কলা

গুজৰাট

১১০.

শ্ৰী ৰেব কান্ত মহন্ত

কলা

অসম

১১১.

শ্ৰী ৰেন্থলেই লালৰাৱনা

সাহিত্য আৰু শিক্ষা

মিজোৰাম

১১২.

শ্ৰী ৰিকি জ্ঞান কেজ

কলা

কৰ্ণাটক

১১৩.

শ্ৰী সজ্জন ভজনকা

বাণিজ্য আৰু উদ্যোগ

পশ্চিম বংগ

১১৪.

শ্ৰীমতী চেলী হোলকাৰ

বাণিজ্য আৰু উদ্যোগ

মধ্য প্ৰদেশ

১১৫.

শ্ৰী সন্ত ৰাম দেশৱাল

সাহিত্য আৰু শিক্ষা

হাৰিয়ানা

১১৬.

শ্ৰী সত্যপাল সিং

ক্ৰীড়া

উত্তৰ প্ৰদেশ

১১৭.

শ্ৰী চীনি বিশ্বনাথন

সাহিত্য আৰু শিক্ষা

তামিল নাডু

১১৮.

শ্ৰী সেতুৰামন পঞ্চনাথন

বিজ্ঞান আৰু অভিযান্ত্ৰিক

আমেৰিকা যুক্তৰাষ্ট্ৰ

১১৯.

শ্ৰীমতী শ্বেইখা শ্বাইখা আলী আল-জাবেৰ আল-সাবাহ

ঔষধ

কুৱেইট

১২০.

শ্ৰী শ্বীন কাফ নিজাম (শিৱ কিষাণ বিছা)

সাহিত্য আৰু শিক্ষা

ৰাজস্থান

১২১.

শ্ৰী শ্যাম বিহাৰী আগৰৱাল

কলা

উত্তৰ প্ৰদেশ

১২২.

শ্ৰীমতী সোনিয়া নিত্যানন্দ

ঔষধ

 

উত্তৰ প্ৰদেশ

১২৩.

শ্ৰী ষ্টিফেন কনাপ

সাহিত্য আৰু শিক্ষা

আমেৰিকা যুক্তৰাষ্ট্ৰ

১২৪.

শ্ৰী সুভাষ খেতুলাল শৰ্মা

অন্যান্য-কৃষি

মহাৰাষ্ট্ৰ

১২৫.

শ্ৰী সুৰেশ হৰিলাল সোনি

সামাজিক কাম

গুজৰাট

১২৬.

শ্ৰী সুৰিন্দৰ কুমাৰ ভাচল

বিজ্ঞান আৰু অভিযান্ত্ৰিক

দিল্লী

১২৭.

শ্ৰী স্বামী প্ৰদীপ্তানন্দ (কাৰ্তিক মহাৰাজ)

অন্যান্য-আধ্যাত্মিকতা

বাদ

পশ্চিম বংগ

১২৮.

শ্ৰী চয়দ আইনুল হাছান

সাহিত্য আৰু শিক্ষা

উত্তৰ প্ৰদেশ

১২৯.

শ্ৰী তেজেন্দ্ৰ নাৰায়ণ মজুমদাৰ

কলা

পশ্চিম বংগ

১৩০

শ্ৰীমতী থিয়াম সূৰ্যমুখী দেৱী

কলা

Manipur

১৩১.

শ্ৰী তুষাৰ দুৰ্গেশভাই শুক্লা

সাহিত্য আৰু শিক্ষা

গুজৰাট

১৩২.

শ্ৰী ৱড়িৰাজ ৰাঘৱেন্দ্ৰচাৰ্য পঞ্চমুখী

সাহিত্য আৰু শিক্ষা

অন্ধ্ৰ প্ৰদেশ

১৩৩.

শ্ৰী বাসুদেও কামাথ

কলা

মহাৰাষ্ট্ৰ

১৩৪.

শ্ৰী ভেলু আচান

কলা

তামিল নাডু

১৩৫.

শ্ৰী ভেংকাপ্পা অম্বাজী সুগটেকাৰ

কলা

কৰ্ণাটক

১৩৬.

শ্ৰী বিজয় নিত্যানন্দ সুৰেশ্বৰ জী মহাৰাজ

অন্যান্য-আধ্যাত্মিকতা

বাদ

বিহাৰ

১৩৭.

শ্ৰীমতী বিজয়লক্ষ্মী দেশমানে

ঔষধ

কৰ্ণাটক

১৩৮.

শ্ৰী বিলাস ডাংৰে

ঔষধ

মহাৰাষ্ট্ৰ

১৩৯.

শ্ৰী বিনায়ক লোহানী

সামাজিক কাম

পশ্চিম বংগ

 

টোকা: * যুটিৰ ক্ষেত্ৰত বঁটাটো এটা হিচাপে গণ্য কৰা হয়।

*****

Raj Kumar/Vivek/Ashutosh/Rajeev/Priyabhanshu/Pankaj/KB


(Release ID: 2097000) Visitor Counter : 22