প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেগু ভাষা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে

পোষ্ট কৰা হৈছে: 29 AUG 2024 3:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেগু ভাষা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। তেখেতে তেলেগুক অধিক জনপ্ৰিয়কৰণৰ বাবে কাম কৰা সকলোৰে শলাগ লয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰিছেঃ

“তেলেগু ভাষা দিৱসৰ শুভেচ্ছা জনালোঁ। সঁচাকৈয়ে ই এটা অতিশয় চহকী ভাষা, যিয়ে কেৱল ভাৰততে নহয়, বৰঞ্চ সমগ্ৰ বিশ্বতে নিজৰ স্থান দখল কৰিছে। মই তেলেগুক অধিক জনপ্ৰিয়কৰণৰ বাবে কাম কৰা সকলোৰে শলাগ লৈছোঁ।”

***

MJPS/TS/SB
 


(ৰিলিজ আই ডি : 2049793) অতিথি কক্ষ : 69