প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে সৌৰাষ্ট্ৰ তামিল সংগমমৰ ভিডিঅ' শ্বেয়াৰ কৰে

प्रविष्टि तिथि: 18 APR 2023 10:35AM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে সৌৰাষ্ট্ৰ তামিল সংগমমত প্ৰস্তুত কৰা সাংস্কৃতিক কাৰ্যক্ৰমৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে।

সৌৰাষ্ট্ৰ তামিল সংগমমৰ এটা টুইটক ৰীটুইট কৰি, প্ৰধানমন্ত্ৰীয়ে কয়:

"এনে শক্তি আৰু সজীৱতা ভাল লাগিল।"

**********


(रिलीज़ आईडी: 1917813) आगंतुक पटल : 121
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam